added Category:অলংকাৰ using HotCat
(edited with ProveIt) |
SlowPhoton (আলোচনা | বৰঙণি) added Category:অলংকাৰ using HotCat |
||
1 নং শাৰী:
▲'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
==নিৰ্মাণ==
সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।
==বিভিন্ন নামৰ আঙঠি==
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
===হীৰাপতোৱা আঙঠি===
এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।
===টিক ধৰা আঙঠি===
আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা
===বাখৰ পতোৱা আঙঠি===
এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।
===পোহাৰী আঙঠি===
পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ
===মিনা কৰা আঙঠি===
এইবিধ আঙঠিত ৰঙা
===মোহৰ আঙঠি===
পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।
==আঙঠিৰ লগত জড়িত বিশ্বাস==
আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে
==তথ্য সংগ্ৰহ==
[[শ্ৰেণী:অলংকাৰ]]
|