আঙঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
((edited with ProveIt))
 
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
 
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
==নিৰ্মাণ==
সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।
 
==বিভিন্ন নামৰ আঙঠি==
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছবাকলীয়া আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
===হীৰাপতোৱা আঙঠি===
এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।
===টিক ধৰা আঙঠি===
আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল।বিবাহৰহৈছিল। বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়।
===বাখৰ পতোৱা আঙঠি===
এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।
===পোহাৰী আঙঠি===
পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে । দৰে।
===মিনা কৰা আঙঠি===
এইবিধ আঙঠিত ৰঙা , সেউজীয়া আদি মিনা কৰোৱা হয়।
===মোহৰ আঙঠি===
পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।
==আঙঠিৰ লগত জড়িত বিশ্বাস==
আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে , অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।<ref>{{cite book | title=অসমীয়া সংস্কৃতিৰ কণিকা | publisher=চন্দ্ৰ প্ৰকাশ, পানবজাৰ | author=ড°ড॰ নাৰায়ণ দাস, , ড°ড॰ পৰমানন্দ ৰাজবংশী}}</ref>
 
==তথ্য সংগ্ৰহ==
 
[[শ্ৰেণী:অলংকাৰ]]
25,725

টা সম্পাদনা