ৰ'নাল্ড': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{About|ব্ৰাজিলিয়ান ফুটবলাৰজন|পৰ্তুগীজ ফুটবলাৰজন|ক্ৰিষ্টিয়ান' ৰ'নাল্ড'|একে নামৰ আন ব্যক্তি|ৰ'নাল্ড (নাম)}}
{{Multi-word family name|Nazário de Lima|Lima}}
{{Infobox football biography
| name = ৰ'নাল্ড' (Ronaldo)
| image = [[Image:Ronaldo-14-05-2013051119SMcC0014.jpg|250px]]
| caption = ২০১৩ চনত ৰ'নাল্ড'
| fullname = ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা<br/>Ronaldo Luís Nazário de Lima
| height = {{convert|1.82|m|ftin}}
| birth_date = {{Birth date and age|df=yes|1976|9|18}}
| birth_place = [[ৰিঅ' ডি জেনেইৰ']], ব্ৰাজিল
| position = ষ্ট্ৰাইকাৰ
| youthyears1 = ১৯৯০-১৯৯৩
| youthclubs1 = চাও ক্ৰিষ্ট'ভাঅ'<ref>{{cite news|title=Após início pobre em Bento Ribeiro, Ronaldo conquista o mundo|url=http://globoesporte.globo.com/futebol/noticia/2011/02/apos-inicio-pobre-em-bento-ribeiro-ronaldo-conquista-o-mundo.html|accessdate=29 January 2014|newspaper=Globo Esporte}}</ref>
| years1 = ১৯৯৩-১৯৯৪ |clubs1 = ক্ৰুজেইৰ' |caps1 = ১৪ |goals1 = ১২
| years2 = ১৯৯৪-১৯৯৬ |clubs2 = পি এছ ভি এইণ্ড'ভেন |caps2 = ৪৬ |goals2 = ৪২
| years3 = ১৯৯৬-১৯৯৭ |clubs3 = [[বাৰ্চিল'না ফুটবল ক্লাব|বাৰ্চিল'না]] |caps3 = ৩৭ |goals3 = ৩৪
| years4 = ১৯৯৭-২০০২ |clubs4 = ইণ্টাৰ মিলান |caps4 = ৬৮ |goals4 = ৪৯
| years5 = ২০০২-২০০৭ |clubs5 = [[ৰিয়েল মাড্ৰিড ফুটবল ক্লাব|ৰিয়েল মাড্ৰিড]] |caps5 = ১২৭ |goals5 = ৮৩
| years6 = ২০০৭-২০০৮ |clubs6 = এ চি মিলান |caps6 = ২০ |goals6 = ৯
| years7 = ২০০৯-২০১১ |clubs7 = ক'ৰিন্থিয়েন্স |caps7 = ৩১ |goals7 = ১৮
| totalcaps = ৩৪৩
| totalgoals = ২৪৭
| nationalyears1=১৯৯৩ |nationalteam1=ব্ৰাজিল ১৭ বছৰ অনুৰ্দ্ধঅনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল |nationalcaps1=৭ |nationalgoals1=৫
| nationalyears2=১৯৯৬ |nationalteam2=ব্ৰাজিল ২৩ বছৰ অনুৰ্দ্ধঅনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল |nationalcaps2=৮ |nationalgoals2=৬
| nationalyears4=১৯৯৪-২০১১ |nationalteam4=[[ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দল|ব্ৰাজিল]] |nationalcaps4=৯৮ |nationalgoals4=৬২
| medaltemplates = {{MedalOlympics}}{{MedalCountry|{{BRA}}}} {{MedalSport | Men's [[Football at the Summer Olympics|Football]]}} {{MedalBronze | [[1996 Summer Olympics|1996 Atlanta]] | [[Football at the 1996 Summer Olympics|Team Competition]]}}
}}
'''ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা''' ({{IPALang-pten|ʁoˈnawðuRonaldo ˈlwiʒLuís nɐˈzaɾjuNazário de ˈɫĩmɐ|localLima}}; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬<ref>According to "Ronaldo : the journey of a genius" by James Mosley, Ronaldo was born on 18 September, but was registered on 22 September</ref>) বা চমুকৈ '''ৰ'নাল্ড' ''' হৈছে এজন''' '''প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।<ref>http://www.castrolfootball.com/legends/</ref><ref>{{cite web|url= http://soccerlens.com/top-100-greatest-ever-footballers/3888|title=Top 100 Greatest Ever Footballers}}</ref> [[ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ|ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ]] সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন [[জিনেদাইন জিদান]] আৰু [[লিয়'নেল মেছি|লিয়'নেল মেছি]])। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।
 
তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। [[পেলে|পেলেই]] সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা [[FIFA 100]]-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2010/01/01/1719502/ronaldo-is-goalcoms-player-of-the-decade|title=Ronaldo Is Goal.com's Player of the Decade|author=Goal.com team|date=1 January 2010|work=Goal.com|publisher=[[Goal.com]]|accessdate=11 January 2010}}</ref> আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2009/12/28/1713063/goalcom-player-of-the-decade-results-position-by-position|title=Goal.com Player of the Decade: Results – Position By Position & The Team of the Decade Revealed|author=Goal.com team|date=28 December 2009|work=Goal.com| publisher=Goal.com|title=ESPN-soccernews|accessdate=11 January 2010}}</ref> ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।<ref>{{cite web|url=http://soccernet.espn.go.com/news/story?id=745706&sec=global&cc=5739|title=Ronaldo sets retirement date|accessdate=23 February 2010}}</ref>
 
ব্ৰাজিলৰ হৈ ৯৮ খন৯৮খন খেলত ৬২ টা৬২টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত [[ফিফা বিশ্বকাপ|বিশ্বকাপ]] দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে [[গাৰ্ড মুলাৰ]]ৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।
 
খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। [[বিষ]] আৰু [[হাইপ'থাইৰ'ডিজম]]কে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।<ref>{{cite web|url=http://globoesporte.globo.com/futebol/noticia/2011/02/emocionado-ronaldo-revela-hipotiroidismo-e-da-adeus-ao-futebol.html |title=Emocionado, Ronaldo atribui adeus às dores e ao hipotireoidismo |accessdate=14 February 2011 |date=14 February 2011 |publisher=Globo.com}}</ref> ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', [[বেবেট']], কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু [[মাৰিঅ' জাগাল']])।<ref>[http://www.fifa.com/worldcup/organisation/ambassador/overview.html Brazil 2014 Ambassadors Named]</ref>
"https://as.wikipedia.org/wiki/ৰ%27নাল্ড%27"ৰ পৰা অনা হৈছে