ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
38 নং শাৰী:
ভ্ৰাম্যমাণৰ নাট প্ৰদৰ্শন ১৩ এপ্ৰিললৈ চলে। ইয়াৰ আগতেই দ্বিতীয় বছৰৰ বাবে নাটক বাচনি কৰা, অভিনেতা, অভিনেত্ৰী, কলা-কুশলী নিৰ্বাচন কৰি নিজৰ দললৈ অনাৰ কাম সম্পন্ন কৰা হয়, আৰু নাট্য-দলটোৰ আন এটা নাট্য-বৰ্ষ আৰম্ভ হয়।
 
==আৰু চাওঁক==
==১৯৬৩ চনৰপৰা এতিয়ালৈ গঠিত ভ্ৰাম্যমাণ থিয়েটাৰৰ এখন তালিকা <ref name=hist></ref>==
[[অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা|অসমত গঢ়ি উঠা ভ্ৰাম্যমাণ থিয়েটাৰৰ এখন তালিকা।]]
{| class="wikitable"
|-
! থিয়েটাৰৰ নাম
! বছৰ
! স্থান
! প্ৰযোজক
! বৰ্তমান স্থিতি
|-
| [[নটৰাজ চিনে থিয়েটাৰ]]
| ১৯৬৩
| [[পাঠশালা]]
|অচ্যুত লহকৰ
|অধুনালুপ্ত (২০০৩)
|-
| [[সুৰদেৱী থিয়েটাৰ]]
| ১৯৬৪
|[[চামতা]]
|[[ধৰণী বৰ্মন]]
|অধুনালুপ্ত ()
|-
|[[পূৰ্বজ্যোতি থিয়েটাৰ]]
| ১৯৬৬
| [[হাজো]]
|কৰুণাকান্ত মজুমদাৰ
|অধুনালুপ্ত
|-
|[[মঞ্চৰূপা থিয়েটাৰ]]
| ১৯৬৮
| পাঠশালা
|হেমকান্ত তালুকদাৰ
|অধুনালুপ্ত
|-
|[[ৰূপাঞ্জলি থিয়েটাৰ]]
|১৯৬৮
|[[বৰপেটা]]
|
|
|-
|[[অসম ষ্টাৰ থিয়েটাৰ]]
|১৯৭০
|[[পাঠশালা]] আৰু [[গুৱাহাটী]]
|কুমুদ শৰ্মা
|
|-
|[[মুকুন্দ থিয়েটাৰ]]
|১৯৭২
|মাখিবাহা, [[টিহু]]
|অতুল ভট্টাচাৰ্য্য--মৃগেন ভট্টাচাৰ্য্য
|লুপ্ত
|-
|[[নটৰাজ শিল্প নিকেতন]]
|১৯৭৩
|পাঠশালা
|
|
|-
|[[ৰূপকোঁৱৰ থিয়েটাৰ]]
|১৯৭৪
|নলবাৰী
|বীৰন কলিতা
|লুপ্ত
|-
|[[জ্যোতিৰূপা থিয়েটাৰ]]
|১৯৭৫
|[[নিতাই পুখুৰী]]
|
|
|-
|[[ভাগ্যদেৱী থিয়েটাৰ]]
|১৯৭৫
|মৰোৱা, [[নলবাৰী]]
|
|
|-
|[[কহিনুৰ থিয়েটাৰ]]
|১৯৭৬
|পাঠশালা
|[[ৰতন লহকৰ]]
|
|-
|[[মুন থিয়েটাৰ]]
|১৯৭৭
|চামতা
|
|
|-
|[[মঞ্চকোঁৱৰ থিয়েটাৰ]]
|১৯৭৭
|উত্তৰ গুৱাহাটী
|
|
|-
|[[ৰূপালীম থিয়েটাৰ]]
|১৯৭৮
|অভয়াপুৰী
|
|
|-
|[[লখিমী থিয়েটাৰ]]
|১৯৭৭
|[[গোৱালপাৰা]]
|
|
|
|-
}
 
 
*আৰু আছে..
 
==তথ্য সমল==
{{reflist}}