আশাপূৰ্ণা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
33 নং শাৰী:
| portaldisp =
}}
'''আশাপূৰ্ণা দেৱী''' (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত [[জ্ঞানপীঠ বঁটা]] আৰু ভাৰত চৰকাৰৰ পৰা [[পদ্মশ্ৰী]] সন্মান লাভ কৰিছিল। উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। জবলপুৰ, ৰবীন্দ্ৰ ভাৰতী, বুৰদ্বান আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডি. লিট. উপাধি প্ৰদান কৰা হৈছিল। ১৯৮৯ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে দেৱীক"দেশীকোত্তমা" সন্মান প্ৰদান কৰিছিল। উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ১৯৯৪ চনত [[সাহিত্য অকাডেমি|সাহিত্য অকাডেমিয়ে]] দেৱীক ইয়াৰ সৰ্বোচ্চ সন্মান [[সাহিত্য অকাডেমি ফেল'শ্বিপ]] প্ৰদান কৰিছিল।<ref>[http://www.kalpana.it/eng/writer/indian_writers/ashapurna_devi.htm ] {{webarchive |url=https://web.archive.org/web/20080313043331/http://www.kalpana.it/eng/writer/indian_writers/ashapurna_devi.htm |date=13 March 2008 }}</ref>
 
==জীৱনী==