৬ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{আজিৰ দিনটো|6|06|157}}
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাৱলী==
*১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
*১৯৯৪ - [[কলম্বিয়া]]ত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
 
==জন্ম==
*১৮৯০ - লোকপ্ৰিয় [[গোপীনাথ বৰদলৈ]], অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
*১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
*১৯৭৯ - [[ভিতালী দাস]], অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: [[২১ এপ্ৰিল]], ২০২১)
*১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
"https://as.wikipedia.org/wiki/৬_জুন"ৰ পৰা অনা হৈছে