সতী বেউলা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লক্ষ্মীন্দৰ নহয়. লক্ষীন্দৰ হব লাগে
(edited with ProveIt)
27 নং শাৰী:
| gross =
}}
'''সতী বেউলা''' ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া [[অসমীয়া কথাছবি]], পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। [[কলকাতা]]ৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।<ref name="atul">{{Cite book |title=মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭}}</ref> বঙালী ছবিখনছবিখনো ১৯৫৩১৯৫৪ চনতচনতে<ref name="dff-2">{{cite web | url=https://www.dff.nic.in/Archive.aspx?ID=6 | title=2nd National Film Award Catalogue | publisher=Directorate of Film Festivals | date=December 21, 1955 | accessdate=6 June 2021 | pages=9}}</ref> মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল [[:en:Chhabi Biswas| ছবি বিশ্বাসে]]।<ref name="cinestaan">{{Cite web |title=SATI BEHULA |url=https://www.cinestaan.com/movies/sati-behula-35770}}</ref> সতী বেউলা মূলতঃ বঙালী সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।<ref name="atul" />
 
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভূমিকাত অভিনয় কৰিছিল [[ফণী শৰ্মা]]ই।<ref name="atul" />