No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
51 নং শাৰী:
ইমান দ্ৰুত গতিত আপুনি অসমীয়া ৱিকিত সম্পাদনা কৰিবলৈ লাগি গৈছে যে আপোনাৰ ওপৰত মোৰ সন্দেহ হ'ল। আপোনাৰ পাৰদৰ্শিতা পৰীক্ষা কৰি চাওঁ বুলি আপুনি সৃষ্টি কৰা [[অভিনেতা]] প্ৰবন্ধটোত চকু ফুৰাই চালো। দেখিলো যে এটাও দাঢ়ি কমা সলনি নকৰাকৈ বিং ট্ৰেঞ্চলেটৰৰ সহায়ত মাথো কপি-পেষ্ট কৰি গৈছে। মোৰ বাৰ্তা পৃষ্ঠাত দুটামান বাক্যৰ এটা বাৰ্তা লিখিছে, তাত শব্দসংখ্যাতকৈও ভূলৰ পৰিমাণ বেছি। আপুনি এটা অসমীয়া বাক্য শুদ্ধকৈ লিখিব নোৱাৰে, অথচ আপোনাক অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক হ'বলৈ লাগে। অনুগ্ৰহ কৰি এনে ওলোটা-ওভোতা কামত জড়িত হোৱাতকৈ অন্য কামত লাগক। আপোনাৰ লাভ হ'ব। আপোনাৰ উপস্থিতিয়ে অসমীয়া ৱিকিপিডিয়াৰ ক্ষতিহে কৰিব। [[সদস্য:Babulbaishya|বাবুল বৈশ্য]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) 17:51, 8 June 2021 (ইউ.টি.চি.)
 
[[সদস্য:বাবুল বৈশ্যBabulbaishya]], আপুনি যানে চাকে যে মৈ New Commer বুলি। আপুনি মোক সহায় কৰাৰ সলনি মোৰ আত্মবিশ্বাস হ্ৰাস কৰিবলৈ চেষ্টা কৰিলে। মই অসমৰ প্ৰাক্তন ডিজিপি কুলধৰ চইকিয়া দেবৰ কথাৰ দ্বাৰা প্ৰেৰিত হৈ আহিছিলো অসমীয়া সংস্কৃতিক আগ বঢ়াবলৈ, এতিয়া যাও আৰু। কিন্তু আজি গম পালো যে কেলে Assamese Wikipedia পিচ পৰী আছে। আৰু আন Wikipediaত কৈ কেলে কম‌ editor আচে। [[সদস্য:Jogesh 69|Jogesh 69]] ([[সদস্য বাৰ্তা:Jogesh 69|বাৰ্তা]]) 18:13, 8 June 2021 (ইউ.টি.চি.)