কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
37 নং শাৰী:
==আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ জন্ম==
 
মন কৰিবলগীয়া যে ওপৰোক্ত আবিস্কাৰ‌বোৰ‌ক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিঞ্জানৰ‌ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰ‌পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ‌ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্রতিপাদৰ‌প্ৰতিপাদৰ‌ জৰিয়তে আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ চৰ্চাৰ‌ ভেটি স্থাপন হয় । ইয়াৰ‌ সহায়ত কম্পিউটাৰ‌ৰ‌ এক সৰ‌ল গাণিতিক আৰ্হি তৈয়াৰ‌ কৰিব প‌ৰা যায় । অতি সৰ‌লীকৃত কৰি কবলৈ গলে এই ন্যুনতম গাণিতিক কম্পিউটাৰ‌ক ব্যৱহাৰ ‌কৰি কম্পিউটাৰ‌ বিজ্ঞানৰ‌ বিভিন্ন জটিল তত্বসমুহ অধ্যয়ন কৰিব পৰা যায়।
 
সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰ‌জাৰ‌, কাৰ্ল গডেল ইত্যাদিৰ‌ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়।