গণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.2) (ৰবট পৰিবৰ্তন কৰিছে: pa:ਹਿਸਾਬ
র -> ৰ
2 নং শাৰী:
 
 
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে '''[[গণিত]]''' বোলা হয় । অন্য কিছুমানৰ মতে গণিত হ'ল "[[জ্যামিতি|চিত্রচিত্ৰ]] (figure) আৰু [[সংখ্যা|সংখ্যাৰ]] (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা । গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গি মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। [[গণিতৰ দৰ্শন|বিধিগত]] (formal) দৃষ্টিকোণ মতে গণিত হ'ল [[প্রতীকীপ্ৰতীকী যুক্তিবিজ্ঞান|যুক্তিবিজ্ঞান]] (logic) আৰু বিশেষ [[গাণিতিক প্রতীকপ্ৰতীক-চিহ্নাদি|প্রতীকপ্ৰতীক-চিহ্নাদি]] (notation) ব্যবহাৰ কৰে [[স্বতঃসিদ্ধ]]-ৰূপে সংজ্ঞায়িত [[বিমূৰ্ত গঠন|বিমূৰ্ত গঠনসমূহৰ]] (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক [[গণিতৰ দৰ্শন|বাস্তবতাবাদী]] (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে৷ অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।
 
[[শ্ৰেণী:গণিত]]
"https://as.wikipedia.org/wiki/গণিত"ৰ পৰা অনা হৈছে