ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
👍
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
ৱিকিপিডিয়া [[ইণ্টাৰনেট]]ক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত [[জ্ঞানকোষ]] পৰিযোজনা । ই [[ৱিকি]] নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙণি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ [[ফ্লৰিডা]]ৰ [[টেম্পা]]ত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ [[আমষ্টাৰডাম]] আৰু [[ছিউল]]ত আছে ।
 
জ্ঞানকোষ [[নিউপিডিয়া]]ৰ এক বৰ্ধিত প্ৰকল্প হিচাপে ইং ৫ জানুৱাৰী, চন ২০০১ ত ইয়াৰ আৰম্ভণি ঘটে। [[ৱিকিমেডিয়া ফাউণ্ডেচন]] নামৰ এক [[অলাভজনক সংস্থা]]ৰ দ্বাৰা ই পৰিচালিত । ২০০৬ চনৰ মাজ ভাগলৈ ইয়াত মুঠ ৪৬ লাখতকৈও অধিক লিখনি আছিল আৰু কেৱল ইংৰাজী ভাষাতেই ১২ লাখতকৈ অধিক লিখনি আছিল। ই ২০০ তকৈও অধিক ভাষাত পৰিচালিত হৈ আছে আৰু ১৫টা ভাষাত ইতিমধ্যে ১৫ হাজাৰতকৈ অধিক লিখনি আছে । জাৰ্মান ভাষাত আনকি ইয়াৰ [[ডি.ভি.ডি.]] ও তৈয়াৰ আৰু বিতৰণ কৰা হৈছে । ৱিকিপেডিয়াৰ প্ৰতিষ্ঠাপক জিমি ৱেলচ্‌ৰ ভাষাত " বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ নিজা নিজা ভাষাত এক বহুভাষিক, মুক্ত, সম্ভৱপৰ সকলোতকৈ অধিক গুণবিশিষ্ট এক বিশ্বকোষ তৈয়াৰ আৰু বিতৰণ কৰাৰ এক প্ৰয়াস ।"
 
==ইতিহাস==