পশ্চিমঘাট পৰ্বতমালা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
29 নং শাৰী:
}}
'''পশ্চিমঘাট পৰ্বতমালা''' বা '''সহ্যাদ্ৰী''' ({{Lang-en|Western Ghats}}) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ [[গুজৰাট]] ৰাজ্যৰ পৰা আৰম্ভ কৰি [[মহাৰাষ্ট্ৰ]]ৰ সহ্যাদ্ৰী পৰ্বতমালা, [[গোৱা]], [[কৰ্ণাটক]]ৰ মালাবাৰ উপকূল, [[কেৰালা]] আৰু [[তামিলনাডু]] ৰাজ্যপৰ্যন্ত বিস্তৃত।<ref name="auto">{{cite web|title=Western Ghats|url=https://whc.unesco.org/en/list/1342}}</ref> এই অঞ্চল [[ইউনেস্কো]]ৰ [[বিশ্ব ঐতিহ্যবাহী স্থান|প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ]] আৰু বিশ্বৰ জৈৱিক বৈচিত্ৰ্যৰ আঠটা হটস্পটৰ ভিতৰত এটা।<ref>{{cite journal|title=Biodiversity hotspots for conservation priorities|journal=Nature|volume=403|issue=6772|pages=853–858|doi=10.1038/35002501|pmid=10706275|year=2000|last1=Myers|first1=Norman|last2=Mittermeier|first2=Russell A.|last3=Mittermeier|first3=Cristina G.|last4=Da Fonseca|first4=Gustavo A. B.|last5=Kent|first5=Jennifer|bibcode=2000Natur.403..853M|s2cid=4414279}}</ref><ref>{{cite news|url=http://articles.timesofindia.indiatimes.com/2012-07-02/flora-fauna/32507340_1_world-heritage-list-western-ghats-border-town|archive-url=https://web.archive.org/web/20130131192257/http://articles.timesofindia.indiatimes.com/2012-07-02/flora-fauna/32507340_1_world-heritage-list-western-ghats-border-town|url-status=dead|archive-date=31 January 2013|title=UN designates Western Ghats as world heritage site|date=2 July 2012|newspaper=The Times of India|access-date=2 July 2012}}</ref> ভাৰতৰ উদ্ভিদ আৰু জীৱজন্তুৰ এক বৃহৎ অংশ ইয়াত পোৱা যায়, যাৰ মাজৰ বহুতো ভাৰতৰ আন অঞ্চলত আৰু পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়।<ref>{{citation|title=A biodiversity hotspot|url=http://wwf.panda.org/knowledge_hub/where_we_work/western_ghats/}}</ref>
পশ্চিমঘাট পৰ্বতমালা গুজৰাট ৰাজ্যৰ [[তাপ্তী]] [[নদী]]ৰ দক্ষিণৰ [[সোনগন্ধ]] নগৰৰ পৰা আৰম্ভ হৈ [[মহাৰাষ্ট্ৰ]], [[কৰ্ণাটক]], [[গোৱা]], [[কেৰেলা]] আৰু [[তামিলনাডু]] [[ৰাজ্য]] পৰ্যন্ত প্ৰায় {{convert |১৬০০|কি:মি:|abbr=on}} জুৰি বিস্তৃত হৈ ভাৰতৰ দক্ষিণপ্ৰান্ত্ৰ [[তামিলনাডু]]ৰ [[মুৰুণ্ঠুবাজমুৰুণ্ঠবাজ মালাই ]ৰ্ত]ত শেষ হৈছে।