ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
24 নং শাৰী:
|Website=
}}
'''ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান''' ({{Lang-en|Raimona National Park}}) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ চনৰ ০৯ জুন তাৰিখে পূৰ্বৰ এই সংৰক্ষিত বনাঞ্চলখনক 'FRW.02/2021/27 dtd. 08th June, 2021' নম্বৰৰ এক ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন [[কোকৰাঝাৰ জিলা]]ৰ গোঁসাইগাঁও মহকুমাৰ কচুগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত।<ref>{{cite web |url=https://thenewsmill.com/raimona-assams-sixth-national-park/|title=Raimona becomes Assam’s sixth national park
|last= |first= |date=5 June 2021 |website=thenewsmill.com |publisher=The News Mill|access-date=5 June 2021}}</ref> ৰাষ্ট্ৰীয় উদ্যানখন ১১ বিধ বিভিন্ন বন প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা। ৰাইমনা [[সোণালী বান্দৰ]]ৰ বাবে বিখ্যাত।