২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox civilian attack
| title = ২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ
| image = Assam in India.png
| caption =
| location = [[অসম]], [[ভাৰত]]
| coordinates =
| date = ৬ এপ্ৰিল ২০০৯
| time =
| timezone =
| type = ৪ টা৪টা বোমা
| fatalities = ৯<ref name="toi1">[http://timesofindia.indiatimes.com/Twin-blasts-in-Assam-7-killed-61-wounded/articleshow/4365349.cms Terror blasts ahead of PM's visit rock Assam, kill 9]</ref>
| injuries = ৬৩
| weapons =
}}
'''২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ''' ২০০৯ চনৰ ৬ এপ্ৰিলত [[গুৱাহাটী]]ৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত [[ৰাজ্যসভা]] সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী [[মনমোহন সিং|মনমোহন সিঙৰ]] অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
 
==পাৰ্শ্ব ঘটনাৱলী ==
20 নং শাৰী:
==বিস্ফোৰণৰ দিন==
প্ৰথম বিস্ফোৰণটো কাৰ্বি আংলং জিলাত হৈছিল। ৬ এপ্ৰিলৰ আগবেলাতে উগ্ৰবাদী সংগঠন কাৰ্বি লংগ্ৰি নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সন্দেহযুক্ত সদস্য‌ই [[কাৰ্বি আংলং জিলা]]ৰ মাজমজিয়াৰ বি এছ এফ শিবিৰৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটায়। সেই সময়ত শিবিৰৰ সেনাসকলে পথত তহল দি আছিল। প্ৰধানমন্ত্ৰী [[মনমোহন সিং|মনমোহন সিঙে]] জিলা সদৰ [[ডিফু]]ত এক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছিল, কিন্তু আগদিনা কোনো অজ্ঞাত কাৰণত এয়া বাতিল কৰা হৈছিল।<ref>http://www.indianexpress.com/news/assam-militants-explode-bomb-near-bsf-camp/443690/ Assam militants explode bomb near BSF camp</ref> এই বিস্ফোৰণত কোনো লোক হতাহত নহ'ল।
দ্বিতীয়টো বিস্ফোৰণ গুৱাহাটীত ব্যস্ত মালিগাঁও অঞ্চলত হয়। মা সন্তোষী কেবিন ৰেস্তোৰাঁৰ ওচৰৰ পাৰ্কিং স্থানত এখন গাড়ীত এই বোমা ৰখা হৈছিল।<ref name="today">{{Cite web |year=6 April 2009 |title=4 blasts rock Assam; 8 killed, several hurt |url=https://www.indiatoday.in/latest-headlines/story/4-blasts-rock-assam-8-killed-several-hurt-43678-2009-04-06 |accessdate=26 Oct 2019}}</ref> দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭ জন লোক নিহত আৰু ৫৬ জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০ খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে। ৬ জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।
 
দ্বিতীয়টো বিস্ফোৰণ গুৱাহাটীত ব্যস্ত [[মালিগাঁও]] অঞ্চলত হয়। মা সন্তোষী কেবিন ৰেস্তোৰাঁৰ ওচৰৰ পাৰ্কিং স্থানত এখন গাড়ীত এই বোমা ৰখা হৈছিল।<ref name="today">{{Cite web |year=6 April 2009 |title=4 blasts rock Assam; 8 killed, several hurt |url=https://www.indiatoday.in/latest-headlines/story/4-blasts-rock-assam-8-killed-several-hurt-43678-2009-04-06 |accessdate=26 Oct 2019}}</ref> দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭ জন৭জন লোক নিহত আৰু ৫৬ জন৫৬জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০ খন২০খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে। ৬ জন৬জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।
মালিগাঁও বিস্ফোৰণৰ দুঘণ্টামানৰ পাছত [[শোণিতপুৰ জিলা]]ৰ ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫ জন লোক আহত হয়। ইয়াৰে তিনিজন কেন্দ্ৰীয় সামৰিক বাহিনীৰ জোৱান আছিল।
 
মালিগাঁও বিস্ফোৰণৰ দুঘণ্টামানৰ পাছত [[শোণিতপুৰ জিলা]]ৰ ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫ জন৫জন লোক আহত হয়। ইয়াৰে তিনিজন কেন্দ্ৰীয় সামৰিক বাহিনীৰ জোৱান আছিল।
 
সন্ধিয়া প্ৰায় ৭টাত এজন অজ্ঞাত লোকে [[ধুবুৰী জিলা]]ৰ মানকাচৰ আৰক্ষী চকীলৈ এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাত দুজন আৰক্ষী গুৰুতৰভাৱে আহত হয়।
 
==দোষী==
মিডিয়াসমূহে প্ৰকাশ কৰা অনুসৰি এই কাম "সন্দেহযুক্ত আলফা উগ্ৰপন্থী"য়ে কৰিছিল। অসমৰ ডিজিপি জে এম শ্ৰীবাস্তৱে কয় যে "আলফাই নিজৰ প্ৰতিষ্ঠা দিৱসৰ আগে আগে এই কাম কৰিছে" আৰু উগ্ৰপন্থীসকলে উচ্চ-প্ৰযুক্তিৰ বোমা ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে।<ref name="toi1"/>