চৰাই নিৰীক্ষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''চৰাই নিৰীক্ষণ''' ({{lang-en|Bird Watching}}) হৈছে বন্যজীৱ নিৰীক্ষণৰ এক প্ৰকাৰ য'ত পক্ষীকূলক চৰাই-চিৰিকতি পৰ্যবেক্ষণ কৰা হয়। ই এক আজৰি সময়ৰ মানসিকচখৰ উৎকৃষ্টলগতে সাধনৰবৈজ্ঞানিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আহিলা। চৰাইৰ মাত অনুসৰণ কৰি বা ৱেবকেমৰ নিৰ্দেশনা অনুসৰি খালি চকু বা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চৰাই নিৰীক্ষণ কৰা হয়।<ref name="dunne">{{cite book |last=Dunne |first=Pete |title=Pete Dunne on Bird Watching |year=2003 |publisher=Houghton Mifflin |location=Boston |isbn=978-0-395-90686-6 |oclc=50228297 |url=https://archive.org/details/petedunneonbirdw00dunn }}</ref><ref name="oddie">{{cite book |last=Oddie |first=Bill |title=Bill Oddie's Little Black Bird Book |year=1980 |publisher=Butler & Tanner Ltd |location=Frome & London |isbn=978-0-413-47820-7 |oclc=8960462}}</ref>
[[চিত্ৰ:Children watch with binoculars, birdwatching.jpg|thumb|এদল চৰাই পৰ্যবেক্ষক ছাত্ৰ- ছাত্ৰী]]
 
== প্ৰয়োজনীয়তা ==
১/ কোনো এক অঞ্চলৰ বা [[বনাঞ্চল]]ৰ পক্ষীকূলৰ বিজ্ঞানসন্মতভাৱে নথিভুক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ। এনে তালিকা সেই অঞ্চলৰ বা বনাঞ্চলখনৰ [[জৈৱ- বৈচিত্ৰ্যতা]]ৰ পৰিচায়ক হ'ব পাৰে।
 
১/* কোনো এক অঞ্চলৰ বা [[বনাঞ্চল]]ৰবনাঞ্চলৰ পক্ষীকূলৰ বিজ্ঞানসন্মতভাৱে নথিভুক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ। এনে তালিকা সেই অঞ্চলৰ বা বনাঞ্চলখনৰ [[জৈৱ- বৈচিত্ৰ্যতা|জৈৱ- বৈচিত্ৰ্য]]ৰ পৰিচায়ক হ'ব পাৰে।
২/* যদি আগতে এক অঞ্চলৰ পৰা নথিভুক্ত কৰা চৰাইৰ সংখ্যা বা তাৰ প্ৰজাতিৰ সংখ্যা পিছৰ পৰ্যায়ত কমি যায় বা নোহোৱা হয় অথবা বৃদ্ধি পাই, তেন্তে সেই অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ [[ঋণাত্মক]] বা [[যোগাত্মক]] পৰিৱৰ্তন অনুধাৱন কৰিব পাৰি। যিহেতু চৰাইৰ উপস্থিতিয়ে এক অঞ্চলৰ পৰিস্থিতি- তন্ত্ৰৰ স্বাস্থ্য নিৰূপণ কৰাৰ এক কাৰক হিচাপে কাম কৰে।
 
৩/* নৱ- প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰিবলৈ ই এক অন্যতম আহিলা।
৪/* [[বন্যজীৱ]] সম্পৰ্কীয় গৱেষণাৰ কাৰণেও চৰাইৰ নিৰীক্ষণ বা পৰ্যবেক্ষণ অতি জৰুৰী।
 
৫/* যিহেতু [[বীজ বিস্তাৰণ]]ৰ ক্ষেত্ৰত পক্ষীকূলে বিশেষ ভূমিকা গ্ৰহণ কৰে, গতিকে, পক্ষী পৰ্যবেক্ষণৰ জৰিয়তে জ্ঞাত হোৱা বিশেষ কিছুমান চৰাইৰ উপস্থিতিয়ে নতুন গছপুলি সৃষ্টিৰ সম্ভাৱনা বহন কৰে।
৪/ [[বন্যজীৱ]] সম্পৰ্কীয় গৱেষণাৰ কাৰণেও চৰাইৰ নিৰীক্ষণ বা পৰ্যবেক্ষণ অতি জৰুৰী।
 
৫/ যিহেতু [[বীজ বিস্তাৰণ]]ৰ ক্ষেত্ৰত পক্ষীকূলে বিশেষ ভূমিকা গ্ৰহণ কৰে, গতিকে, পক্ষী পৰ্যবেক্ষণৰ জৰিয়তে জ্ঞাত হোৱা বিশেষ কিছুমান চৰাইৰ উপস্থিতিয়ে নতুন গছপুলি সৃষ্টিৰ সম্ভাৱনা বহন কৰে।
 
== প্ৰয়োজনীয় আহিলা ==