চৰাই নিৰীক্ষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
27 নং শাৰী:
 
== চৰাই নিৰীক্ষণৰ বাবে অসমৰ উল্লেখযোগ্য কিছু স্থান ==
বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল নামৰ সংস্থাই ইতিমধ্যে অসমৰ কেইবাটিও অঞ্চলক গুৰুত্বপূৰ্ণ পক্ষী এলেকা (Important Bird Area or IBA) হিচাপে স্বীকৃতি দিছে<ref>http://datazone.birdlife.org/eba/factsheet/130</ref>। সেইকেইটা হৈছে:
অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখন হৈছে [[পানী দিহিং অভয়াৰণ্য|পানীদিহিং]] পক্ষী অভয়াৰণ্য। ই [[শিৱসাগৰ]] জিলাত অৱস্থিত। ইয়াত স্থানীয় পক্ষীৰ লগতে শীতকালি বহুতো পৰিভ্ৰমী চৰাই আহে। তদুপৰি [[দীপৰ বিল]] অসমৰ একমাত্ৰ ৰামচৰ ছাইট (Ramsar Site)।
 
বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল নামৰ সংস্থাই ইতিমধ্যে অসমৰ কেইবাটিও অঞ্চলক গুৰুত্বপূৰ্ণ পক্ষী এলেকা (Important Bird Area or IBA) হিচাপে স্বীকৃতি দিছে<ref>http://datazone.birdlife.org/eba/factsheet/130</ref>। সেইকেইটা হৈছে:
 
# চিৰাং সংৰক্ষিত বনাঞ্চল
# [[মাগুৰী- মতাপুং বিল]]
# ৰিপু সংৰক্ষিত বনাঞ্চল
# [[মানস ৰাষ্ট্ৰীয় উদ্যান|মানাহ ৰাষ্ট্ৰীয় উদ্যান]] আৰু ব্যাঘ্ৰ প্ৰকল্প
Line 38 ⟶ 36:
# [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]
# বৰদলনি- চামপোৰা
# [[ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান|ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান]]
# [[লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য]]
# [[মাজুলী]]
# পাভ সংৰক্ষিত বনাঞ্চল