টেগ্‌: MassMessage delivery
63 নং শাৰী:
 
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 04:43, 7 ছেপ্টেম্বৰ 2014 (UTC)
 
== ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান ==
 
প্ৰিয় {{safesubst<noinclude/>:BASEPAGENAME}},
 
[[:m:Wikimedia_Foundation_elections/2021/as|২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন]] ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
 
[[:m:Wikimedia_Foundation_Board_of_Trustees|ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টী]]য়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
 
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ [[:m:Wikimedia Foundation elections/2021/Candidate Requirements/as|এই পৃষ্ঠাটো]] চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক [[:m:Wikimedia Foundation elections/2021/Apply to be a Candidate|'''ইয়াতে''']] পাব।
 
[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমিটিৰ হৈ,]]
<br>[[user:Babulbaishya|বাবুল বৈশ্য]] 08:29, 12 June 2021 (ইউ.টি.চি.)
<!-- Message sent by User:Babulbaishya@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=User:Babulbaishya/list&oldid=21579905 -->