খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

69 নং শাৰী:
 
; নেপালত সন্মান
১৯৬৫ চনত [[নেপাল]]ৰ তেতিয়া ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত খগেন মহন্তই গাইছিল। তেতিয়াৰ কণমানি খগেন মহন্তৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈছিল আৰু ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে আজিও পিন্ধি থাকে।থাকিছিল।<ref name=" দৈনিক জনমভূমি" />
 
==আত্মজীৱনী==