সুৰসুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Curvy surasundari in barely-there saree writes love letter (6559182205).jpg|thumb|350px|খাজোৰাহু মন্দিৰত খোদিত সুৰসুন্দৰী]]
{{Quote box |width=350px
|quote = গৃহিণী নোহোৱা এখন ঘৰৰ দৰে, নাৰী নোহোৱা কোনো ক্ৰীড়াকৌতুকৰ দৰে, সুৰসুন্দৰীৰ অবিহনে কীৰ্তিচিহ্ন একোটা নিম্নমানৰ হ'ব আৰু ইয়াৰ কোনো ফল নধৰিব।
|source = —''Shilpa-Prakasha'', 9th century architectural treatise<ref name="HVD_2012"/>
}}
'''সুৰসুন্দৰী''' হৈছে নাৰী সৌন্দৰ্য্য আৰু আবেদনময়ী ভাৱ প্ৰকাশিত প্ৰাচীন ভাৰতীয় যুৱতীৰ এক বিশেষ [[ভাস্কৰ্য]]।<ref>{{cite book |author=Theodore Robert Bowie |title=Ancient Indian Sculpture and Painting |url=https://books.google.com/books?id=z6JNAAAAYAAJ |year=1965 |publisher=Indiana University Art Museum }}</ref>
 
Line 6 ⟶ 10:
ধৰ্মীয় স্থান সমূহত সুৰসুন্দৰী সকলৰ উপস্থিতি সম্পৰ্কে পণ্ডিত সকলে বিভিন্ন ব্যাখ্যা আগবঢ়াইছে। এক আধ্যাত্মিক ব্যাখ্যা অনুসৰি এই সকলে শক্তি ( স্ত্ৰী ব্ৰহ্মডিম্বিয় ওজঃ )ক প্ৰতিনিধিত্ব কৰে আৰু এওঁলোকক শুভ আৰু ক্ষমতা পৰায়ণ উভয় ৰূপতে বিশ্বাস কৰা হয়। এক ধৰ্মনিৰপেক্ষ ব্যাখ্যা অনুসৰি সুৰসুন্দৰী সকলে সেইজন ৰজাৰ সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে যিয়ে এই মন্দিৰ সমূহ নিৰ্মাণ কৰাইছিল।<ref name="Heather_2000">{{cite book |author=Heather Elgood |title=Hinduism and the Religious Arts |url=https://books.google.com/books?id=cj2tAwAAQBAJ&pg=PA111 |year=2000 |publisher=A&C Black |isbn=978-0-304-70739-3 |pages=111–112 }}</ref>
 
== প্ৰকাৰ ==
{{columns-list|colwidth=22em|
* ''দৰ্পনী'' (দাপোণ ধৰা)
* ''তৰণা'' (দুৱাৰ ধৰা)
* ''ডালমল্লিকা'' (ডাল ধৰা)
* ''পদ্মগন্ধা'' (পদুম ফুলৰ দৰে গোন্ধৰ)
* ''কেতেকীভৰণ'' ([[কেতেকী ফুল]] যুক্ত)
* ''মাতৃকা'' (মাতৃ)
* ''চামৰি'' ([[চোঁ‌ৱৰ]] ধৰোঁ‌তা)
* ''নৰ্তকী'' (নৃত্যাংগনা)
* ''শুকচাৰিকা'' (ভাটৌৰ সৈতে ধেমালিবকৰা লোক)
* ''নূপুৰপদিকা'' (নূপুৰ পৰিহিত লোক)
* ''মৰ্ডলা'' (ডবাবাদক)
* ''আলস্যকন্যা'' (এলেহুৱা)
* ''শুভগামিনী'' (কাঁ‌ইট আঁ‌তৰাওঁ‌তা)
}}
== তথ্যসূত্ৰ ==
{{commons category|Surasundari}}