ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

39 নং শাৰী:
}}
ভাৰতৰ শৈল চিত্ৰ সমূহৰ ভিতৰত দক্ষিণ এছিয়াৰ প্ৰস্তৰ যুগৰ শিলত কাটি উলিওৱা চিত্ৰ কৰ্ম, শিলত খোদিত মূৰ্তি, আৰু গুহাৰ বেৰত অংকিত চিত্ৰ আদি অন্তৰ্ভুক্ত হৈছে। ভাৰতত আনুমানিক ১৩০০টা শৈল চিত্ৰ স্থলী আছে য'ত এক নিযুতৰ এক চতুৰ্থাংশতকৈও অধিক সংখ্যাক চিত্ৰ কৰ্ম উদ্ধাৰ হৈছে। <ref name="Gupta1996">{{cite book|author=Jagadish Gupta|title=Pre-historic Indian Painting|url=https://books.google.com/books?id=H8zpAAAAMAAJ|year=1996|publisher=North Central Zone Cultural Centre}}</ref> স্পেইনৰ আলতামিৰা গুহাৰ চিত্ৰকৰ্ম উদ্ধাৰৰ বাৰ বছৰ আগতেই
ভাৰতৰত আটাইতকৈ পুৰণি শিলৰ কাৰুকাৰ্যটি আৰ্চিবাল্ড কাৰ্লেলে আৱিষ্কাৰ কৰিছিল, <ref name="Tiwari2000">{{cite book|author=Shiv Kumar Tiwari|title=Riddles of Indian Rockshelter Paintings|url=https://books.google.com/books?id=-jO0fvT4r9gC&pg=PA8|date=1 January 2000s|publisher=Sarup & Sons|isbn=978-81-7625-086-3|pages=8–}}</ref> অৱশ্যে তেওঁৰ এই আৱিষ্কাৰৰ কথা যথেষ্ট পলমকৈ জে ককবাৰ্ণ (১৮৯৯)ৰ জৰিয়তেহে যথেষ্ট পলমকৈ পোহৰলৈ আহে।<ref name="cockburn1899">{{cite journal|last1=Cockburn|first1=John|title=Art. V.—Cave Drawings in the Kaimūr Range, North-West Provinces.|journal=Journal of the Royal Asiatic Society of Great Britain & Ireland |series=New Series|date=1899|volume=31|issue=1|pages=89–97|doi=10.1017/S0035869X00026113|url=https://zenodo.org/record/2170624}}</ref>
 
ড° ভি. এছ. ৱাকাংকাৰে বিন্ধ্য পৰ্বতমালাৰ চাৰিওফালে অৱস্থিত মধ্য ভাৰতত কেইবাটাও শিলৰ আশ্ৰয়স্থল আৱিষ্কাৰ কৰিছিল যি সমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে। ইয়াৰ ভিতৰত, ভীমবেটকা শিলৰ আশ্ৰয়স্থলটো ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছে। আটাইতকৈ পুৰণি চিত্ৰবোৰৰ কিছুমান প্ৰায় ১০,০০০ বছৰ পুৰণি।<ref name="YM">{{cite book |last1=Mathpal |first1=Yashodhar |title=Prehistoric Painting Of Bhimbetka |date=1984 |publisher=Abhinav Publications |isbn=9788170171935 |page=220 |url=https://books.google.com/books?id=GG7-CpvlU30C&pg=PA220 |language=en}}</ref><ref name="SKT">{{cite book |last1=Tiwari |first1=Shiv Kumar |title=Riddles of Indian Rockshelter Paintings |date=2000 |publisher=Sarup & Sons |isbn=9788176250863 |page=189 |url=https://books.google.com/books?id=-jO0fvT4r9gC&pg=PA189 |language=en}}</ref><ref name="Unesco">{{cite book |title=Rock Shelters of Bhimbetka |date=2003 |publisher=UNESCO |page=16 |url=https://whc.unesco.org/uploads/nominations/925.pdf}}</ref><ref name="SM">{{cite book |last1=Mithen |first1=Steven |title=After the Ice: A Global Human History, 20,000 - 5000 BC |date=2011 |publisher=Orion |isbn=9781780222592 |page=524 |url=https://books.google.com/books?id=Uaxg_QDSsrQC&pg=PT524 |language=en}}</ref><ref name="AJ">{{cite book |last1=Javid |first1=Ali |last2=Jāvīd |first2=ʻAlī |last3=Javeed |first3=Tabassum |title=World Heritage Monuments and Related Edifices in India |date=2008 |publisher=Algora Publishing |isbn=9780875864846 |page=19 |url=https://books.google.com/books?id=54XBlIF9LFgC&pg=PA19 |language=en}}</ref> এই স্থানবোৰৰ চিত্ৰবোৰত সাধাৰণতে জীৱ-জন্তুৰ সৈতে মানৱ জীৱনৰ সম্পৰ্ক তথা সহবাস, আৰু শিলৰ দ্বাৰা নিৰ্মিত অস্ত্ৰৰ দ্বাৰা চিকাৰ কৰাৰ দৃশ্য আদি বৰ্ণিত হৈছে। অঞ্চল আৰু সময়ৰ পাৰ্থক্য অনুসৰি তেওঁলোকৰ শৈলী বিভিন্ন আছিল, কিন্তু আটাইতকৈ সাধাৰণ বৈশিষ্ট্যটো আছিল চিত্ৰ অংকনৰ বাবে গেৰু নামৰ পাউডাৰ যুক্ত খনিজ পদাৰ্থৰ ব্যৱহাৰ আইৰণ অক্সাইডৰ (হেমাটাইট) এক প্ৰকাৰ।<ref name=pathak>{{cite web|last1=Pathak|first1=Dr. Meenakshi Dubey|title=Indian Rock Art - Prehistoric Paintings of the Pachmarhi Hills|url=http://www.bradshawfoundation.com/india/pachmarhi/index.php|publisher=Bradshaw Foundation|access-date=7 November 2014}}</ref>