ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

48 নং শাৰী:
সিন্ধু শিল্পকলাৰ ব্যাপকতা তথা সুন্দৰতাৰ সত্ত্বেও, সিন্ধু উপত্যকা সভ্যতাৰ শিল্প শৈলীৰ প্ৰভাৱ অন্যান্য প্ৰাথমিক সভ্যতাৰ শিল্পকলা সমূহৰ ওপৰত দেখা নাযায়।
 
খননস্থলীত বিভিন্ন ভাস্কৰ্য, ছীল, মৃণ্ময় পাত্ৰ, সোণৰ অলংকাৰ আৰু [[টেৰাকোটা]]টেৰাকটা, ব্ৰঞ্জ আৰু ষ্টেটাইটৰ মানৱ দেহৰ সূক্ষ্ম প্ৰদৰ্শনযুক্ত কিছুমান মূৰ্ত্তিৰ উদ্ধাৰ হৈছে।
 
নৃত্যৰ ভংগিমাৰে সোণ, টেৰাকোটাটেৰাকটা আৰু শিলৰ নাৰীমূৰ্ত্তিসমূহে সেই সময়ৰ নৃত্যৰূপ সমূহৰ কথাকে সূচায়। টেৰাকোটাৰ মূৰ্ত্তিসমূহৰ ভিতৰত গৰু, ভালুক, বান্দৰ আৰু কুকুৰৰ মূৰ্ত্তিও আছে। সৰহসংখ্যক ছীলত অংকিত জন্তুসমূহ চিনাক্ত কৰিব পৰা হোৱা নাই। এই ছীল সমূহ আকাৰত {fraction|৩|৪}} বৰ্গ ইন্সিৰ পৰা ১{{fraction|১|২}} বৰ্গ ইন্সিৰ ভিতৰত। এই সমূহৰ ভিতৰত কিছুমান ছীলত অংকিত প্ৰকাণ্ড শিঙযুক্ত আধা বলদ, আধা জেব্ৰাৰ আকৃতিৰ কিছুমান জন্তুৰ চিত্ৰ উদ্ধাৰ হৈছে। এতিয়ালৈকে এই প্ৰতিকৃতিসমূহৰ কোনো ধাৰ্মিক বা কাল্টিক গুৰুত্ব থকাৰো প্ৰমাণ পোৱা হোৱা নাই।<ref name="Keay, John 2000">Keay, John, India, a History. New York: Grove Press, 2000.</ref>
 
শংখ, চিৰামিক, ষ্টেটাইট আদি আটাইকেইটা হৰপ্পা স্তৰতে মণিহাৰ, খাৰু আৰু আন অলংকাৰসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।<ref>{{cite journal|doi=10.1080/00438243.1997.9980377|last=Kenoyer|first=Jonathan Mark|authorlink=Jonathan Mark Kenoyer|year=1997|title=Trade and Technology of the Indus Valley: New Insights from Harappa, Pakistan|journal=World Archaeology|issue=2: "High–Definition Archaeology: Threads Through the Past"|volume=29|pages=262–280}}</ref> প্ৰসাধন আৰু প্ৰাতঃকৃত্যৰ কিছুমান যাৱতীয় সামগ্ৰী (যেনে ফণী)হৰপ্পাত পোৱা গৈছে।<ref name="Lal 2002 82">{{Harvnb|Lal|2002|p=82}}</ref><ref name="Lal 2002 82"/>