ৰা (সূৰ্যদেৱতা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

49 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নতুন পৃষ্ঠা: {{Infobox deity | type = ইজিপ্টীয়ান | name = ৰা
ৰে | image = Re-Horakhty.svg | alt = | caption...)

No edit summary
{{Infobox deity
| type = ইজিপ্টীয়ান
| name = ৰা
ৰে
| image = Re-Horakhty.svg
| alt =
| caption = শেন চৰাইৰ মূৰ আৰু সৰ্পৰ মাজত সূৰ্যচক্ৰৰে সৈতে ৰাৰ এক ৰূপ।
| hiro = <hiero>r:a-N5:Z1-C2</hiero>
or
<hiero>N5:Z1-C2</hiero>
or
<hiero>C2-N5</hiero>
| cult_center = হেলিঅ'পলিছ
| symbol = সূৰ্যচক্ৰ
| parents = কোনো নাই {{small|(প্ৰায়বোৰ সূত্ৰ মতে)}}
খুম আৰু নেইথ {{small|(কিছু সূত্ৰৰ মতে)}}
| siblings = আপেপ, চ'বেক আৰু চেৰ্কেট {{small|(খুম আৰু নেইথৰ পুত্ৰ হিচাপে)}}
| consort = হেথৰ, ছেখমেট, বেছটেট আৰু কোনো সময়ত ছেটেট
| offspring = শ্বু, টেফনুট, হেথৰ, ছেখমেট, বেছটেট, ছেটেট, এনহুৰ, মাট

'''ৰা''' বা '''ৰে''' ({{lang-en|Ra}}) হৈছে প্ৰাচীন মিছৰীয় [[সূৰ্য]] দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশৰ দ্বাৰা তেওঁ প্ৰাচীন ইজিপ্টীয় ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হৈ পৰিছিল। তেওঁক প্ৰধানতঃ দুপৰীয়া ৰ'দৰ সৈতে সংযুক্ত কৰা হয়। ৰাই সৃষ্টি হোৱা বিশ্বৰ সকলো অংশতে অৰ্থাৎ আকাশ, পৃথিৱী আৰু পাতালপুৰী শাসন কৰে বুলি বিশ্বাস কৰা হয়।<ref name="autogenerated1">The Routledge Dictionary of Egyptian Gods and Goddesses, George Hart {{ISBN|0-415-34495-6}}</ref> তেওঁ হৈছে সূৰ্য, শৃংখলা, ৰজাসকল আৰু আকাশৰ দেৱতা।

ৰাক শেন চৰাই হিচাপে চিত্ৰিত কৰা হয় আৰু আকাশৰ দেৱতা হ'ৰাছৰ সৈতে তেওঁৰ বৈশিষ্ট্যগত সাদৃশ্য দেখা যায়। কোনো কোনো সময়ত দুয়োজন দেৱতাকে ৰা-হোৰাখটি অৰ্থাৎ "ৰা, যি দুই দিগন্তৰ হ'ৰাছ" হিচাপে একত্ৰিতভাৱে উপস্থাপন কৰা হয়। নতুন ৰাজ্য বা নিউ কিংডমত দেৱতা আমুনে খ্যাতি লাভ কৰিছিল, তেতিয়া তেওঁক ৰাৰ সৈতে একত্ৰিত কৰি আমুন-ৰা বুলি অভিহিত কৰা হৈছিল।

ৰাৰ এক ৰূপ মেনেভিছ ষাঁড়ৰ এক পন্থা প্ৰচলিত আছিল আৰু ইয়াৰ কেন্দ্ৰস্থল আছিল হেলিঅ'পলিছ।সেইপলিছ। সেই চহৰখনৰ উত্তৰে বলি দিয়া ষাঁ‌ড়বোৰৰ বাবে এক আনুষ্ঠানিক সমাধিস্থল আছিল।

ৰা সকলো জীৱৰে সৃষ্টিকৰ্ত্তা বুলি বিশ্বাস কৰা হৈছিল। কোনো কোনো আখ্যানৰ মতে ৰাৰ চকুপানী আৰু ঘামৰ পৰা মানুহৰ সৃষ্টি হয়। সেয়েহে মিছৰ নিবাসীসকলে নিজকে "ৰাৰ পশু" বুলি কয়। ''মহাজাগতিক গৰু''ৰ (clestialcelestial cow) আখ্যানত মানৱজাতিয়ে কেনেকৈ ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁ মানৱ জাতিক শাস্তি দিবলৈ তেওঁ নিজৰ চকুহালক দেৱী চেখমেট হিচাপে প্ৰেৰণ কৰিছিল তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

==ভূমিকা==
11,692

টা সম্পাদনা