ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
=== শৈল চিত্ৰ ===
{{multiple image
| align = center
| image1 = Rock painting, Bhimbetka, Raisen district, MP.jpg
| width1 = 160
| caption1 = <center>ভীমবেটকা শিলৰ আশ্ৰয়স্থলৰ শৈল চিত্ৰ</center>
| image2 = Prehistoric petroglyphs in the Edakkal Caves Wayanad Kerala India 01.jpg
| width2 = 160
| caption2 = <center>ৱায়ানাডৰ এড়াক্কাল গুহাৰ প্ৰাগঐতিহাসিক শৈলচিত্ৰ</center>
}}
ভাৰতৰ শৈল চিত্ৰ সমূহৰ ভিতৰত দক্ষিণ এছিয়াৰ প্ৰস্তৰ যুগৰ শিলত কাটি উলিওৱা চিত্ৰ কৰ্ম, শিলত খোদিত মূৰ্তি, আৰু গুহাৰ বেৰত অংকিত চিত্ৰ আদি অন্তৰ্ভুক্ত হৈছে। ভাৰতত আনুমানিক ১৩০০টা শৈল চিত্ৰ স্থলী আছে য'ত এক নিযুতৰ এক চতুৰ্থাংশতকৈও অধিক সংখ্যাক চিত্ৰ কৰ্ম উদ্ধাৰ হৈছে। <ref name="Gupta1996">{{cite book|author=Jagadish Gupta|title=Pre-historic Indian Painting|url=https://books.google.com/books?id=H8zpAAAAMAAJ|year=1996|publisher=North Central Zone Cultural Centre}}</ref> স্পেইনৰ আলতামিৰা গুহাৰ চিত্ৰকৰ্ম উদ্ধাৰৰ বাৰ বছৰ আগতেই
ভাৰতৰত আটাইতকৈ পুৰণি শিলৰ কাৰুকাৰ্যটি আৰ্চিবাল্ড কাৰ্লেলে আৱিষ্কাৰ কৰিছিল, <ref name="Tiwari2000">{{cite book|author=Shiv Kumar Tiwari|title=Riddles of Indian Rockshelter Paintings|url=https://books.google.com/books?id=-jO0fvT4r9gC&pg=PA8|date=1 January 2000s|publisher=Sarup & Sons|isbn=978-81-7625-086-3|pages=8–}}</ref> অৱশ্যে তেওঁৰ এই আৱিষ্কাৰৰ কথা যথেষ্ট পলমকৈ জে ককবাৰ্ণ (১৮৯৯)ৰ জৰিয়তেহে পোহৰলৈ আহে।<ref name="cockburn1899">{{cite journal|last1=Cockburn|first1=John|title=Art. V.—Cave Drawings in the Kaimūr Range, North-West Provinces.|journal=Journal of the Royal Asiatic Society of Great Britain & Ireland |series=New Series|date=1899|volume=31|issue=1|pages=89–97|doi=10.1017/S0035869X00026113|url=https://zenodo.org/record/2170624}}</ref>
 
ড° ভি. এছ. ৱাকাংকাৰে বিন্ধ্য পৰ্বতমালাৰ চাৰিওফালে অৱস্থিত মধ্য ভাৰতত কেইবাটাও শিলৰ আশ্ৰয়স্থল আৱিষ্কাৰ কৰিছিল যি সমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে। ইয়াৰ ভিতৰত, ভীমবেটকা শিলৰ আশ্ৰয়স্থলটো ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছে। আটাইতকৈ পুৰণি চিত্ৰবোৰৰ কিছুমান প্ৰায় ১০,০০০ বছৰ পুৰণি।<ref name="YM">{{cite book |last1=Mathpal |first1=Yashodhar |title=Prehistoric Painting Of Bhimbetka |date=1984 |publisher=Abhinav Publications |isbn=9788170171935 |page=220 |url=https://books.google.com/books?id=GG7-CpvlU30C&pg=PA220 |language=en}}</ref><ref name="SKT">{{cite book |last1=Tiwari |first1=Shiv Kumar |title=Riddles of Indian Rockshelter Paintings |date=2000 |publisher=Sarup & Sons |isbn=9788176250863 |page=189 |url=https://books.google.com/books?id=-jO0fvT4r9gC&pg=PA189 |language=en}}</ref><ref name="Unesco">{{cite book |title=Rock Shelters of Bhimbetka |date=2003 |publisher=UNESCO |page=16 |url=https://whc.unesco.org/uploads/nominations/925.pdf}}</ref><ref name="SM">{{cite book |last1=Mithen |first1=Steven |title=After the Ice: A Global Human History, 20,000 - 5000 BC |date=2011 |publisher=Orion |isbn=9781780222592 |page=524 |url=https://books.google.com/books?id=Uaxg_QDSsrQC&pg=PT524 |language=en}}</ref><ref name="AJ">{{cite book |last1=Javid |first1=Ali |last2=Jāvīd |first2=ʻAlī |last3=Javeed |first3=Tabassum |title=World Heritage Monuments and Related Edifices in India |date=2008 |publisher=Algora Publishing |isbn=9780875864846 |page=19 |url=https://books.google.com/books?id=54XBlIF9LFgC&pg=PA19 |language=en}}</ref> এই স্থানবোৰৰ চিত্ৰবোৰত সাধাৰণতে জীৱ-জন্তুৰ সৈতে মানৱ জীৱনৰ সম্পৰ্ক তথা সহবাস, আৰু শিলৰ দ্বাৰা নিৰ্মিত অস্ত্ৰৰ দ্বাৰা চিকাৰ কৰাৰ দৃশ্য আদি বৰ্ণিত হৈছে। অঞ্চল আৰু সময়ৰ পাৰ্থক্য অনুসৰি তেওঁলোকৰ শৈলী বিভিন্ন আছিল, কিন্তু আটাইতকৈ সাধাৰণ বৈশিষ্ট্যটো আছিল চিত্ৰ অংকনৰ বাবে গেৰু নামৰ পাউডাৰ যুক্ত খনিজ পদাৰ্থ আইৰণ অক্সাইডৰ (হেমাটাইট) এক প্ৰকাৰৰ ব্যৱহাৰ ।ব্যৱহাৰ।<ref name=pathak>{{cite web|last1=Pathak|first1=Dr. Meenakshi Dubey|title=Indian Rock Art - Prehistoric Paintings of the Pachmarhi Hills|url=http://www.bradshawfoundation.com/india/pachmarhi/index.php|publisher=Bradshaw Foundation|access-date=7 November 2014}}</ref>
 
=== সিন্ধু উপত্যকাৰ শিল্পকলা ===
57 নং শাৰী:
 
ছীলসমূহত অংকিত হাৰ্প’ৰ দৰে বাদ্যযন্ত্ৰ আৰু আৱিষ্কৃত শংখসমূহে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সূচায়। মহেঞ্জোদাৰোত বৰ্গাকাৰ ডাইচৰো (পিঠিবোৰত একৰ পৰা ছয়লৈ বিন্ধাযুক্ত) সন্ধান পোৱা গৈছে।<ref>{{Harvnb|Lal|2002|p= 89}}</ref>
 
=== বৈদিক যুগ ===
[[File:Mathura anthropomorphological artefact.jpg|thumb|কপাৰ হোৰ্ড সংস্কৃতিৰ নৃতাত্ত্বিক প্ৰতীকী শিল্প। মথুৰা সংগ্ৰাহালয়। |194x194px|left]]
সিন্ধু সভ্যতাৰ পতনৰ পিছৰ সহস্ৰাব্দত ভাৰতলৈ ইণ্ডো-আৰ্য গোষ্ঠীৰ প্ৰব্ৰজন হয়, এই সময়ত বৈদিক যুগ নৃতাত্ত্বিক চিত্ৰণৰ পৰা বঞ্চিত হৈ থাকে। <ref name="BIKA"/> প্ৰাৰম্ভিক বৈদিক ধৰ্মই কেৱল "বিস্তৃত ত্যাগৰ জৰিয়তে প্ৰকৃতিৰ প্ৰাথমিক শক্তি"ৰ উপাসনাৰ ওপৰতহে গুৰুত্ব দিছিল, যিয়ে নৃতাত্ত্বিক প্ৰতিনিধি মূলক ঈশ্বৰৰ ওচৰত নিজৰ অস্তিত্বক ত্যাগ কৰাৰ পৰা তেওঁলোকক বিৰত ৰাখিছিল। <ref name="PGP114">{{cite journal |last1=Paul |first1=Pran Gopal |last2=Paul |first2=Debjani |title=Brahmanical Imagery in the Kuṣāṇa Art of Mathurā: Tradition and Innovations |journal=East and West |date=1989 |volume=39 |issue=1/4 |pages=111–143 |issn=0012-8376|jstor=29756891 }}</ref><ref name="TBI">{{cite book |last1=Krishan |first1=Yuvraj |last2=Tadikonda |first2=Kalpana K. |title=The Buddha Image: Its Origin and Development |date=1996 |publisher=Bharatiya Vidya Bhavan |isbn=978-81-215-0565-9 |page=ix-x |url=https://books.google.com/books?id=kDyJh--iaL0C&pg=PP13 |language=en}}</ref> বিভিন্ন শিল্পকলা, যি সমূহ কপাৰ হোৰ্ড সংস্কৃতিৰ হ'ব পাৰে বুলি ভৱা হয়, এই সমূহৰ কিছুমান শিল্পই নৃতাত্ত্বিক বৈশিষ্ট্যক নিৰ্দেশ কৰে।<ref name="IS248">{{cite book |last1=Shaw |first1=Ian |last2=Jameson |first2=Robert |title=A Dictionary of Archaeology |date=2008 |publisher=John Wiley & Sons |isbn=978-0-470-75196-1 |page=248 |url=https://books.google.com/books?id=8HKDtlPuM2oC&pg=PA248 |language=en}}</ref> এই শিল্পকলাবোৰৰ প্ৰকৃত অৰ্থ, সময় বা এই সমূহৰে জড়িত সংস্কৃতি ইত্যাদি সম্পৰ্কীয় ব্যাখ্যাবোৰ পৃথক পৃথক হোৱা দেখা যায়। <ref name="IS248"/> ক'লা আৰু ৰঙা সামগ্ৰী সংস্কৃতি (১৪৫০-১২০০ খ্ৰীষ্টপূৰ্ব) বা পেইণ্টেড গ্ৰে ৱেৰ সংস্কৃতি (১২০০-৬০০ খ্ৰীষ্টপূৰ্ব)ৰ সময়ত বিমূৰ্ত মৃৎশিল্পৰ ডিজাইনত শৈল্পিক অভিব্যক্তিৰ কিছুমান উদাহৰণ উদ্ধাৰ হয়। এইসমূহ মথুৰা অঞ্চলকে ধৰি এক বিস্তৃত এলেকাত পোৱা গৈছে।<ref name="IS248"/>
 
প্ৰায় এক হাজাৰ বছৰৰ ব্যৱধানৰ পিছৰ প্ৰাৰম্ভিক সন্ধানবোৰৰ বেছিভাগেই খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগ অৰ্থাৎ "নগৰায়নৰ দ্বিতীযচোৱা় সময়"ৰ বুলি কোৱা হয়।<ref name="IS248"/> সম্ভৱতঃ সিন্ধু উপত্যকাৰ আচেমেনিড বিজয়ৰ সৈতে আৰম্ভ হোৱা বিদেশী ধৰ্ম-সংস্কৃতিৰ প্ৰবাহ, আৰু বেদধৰ্মক প্ৰত্যাহ্বান জনোৱা বৈকল্পিক স্থানীয় ধৰ্মৰ উত্থান, যেনে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু স্থানীয় জনপ্ৰিয় ধৰ্মৰ উত্থানৰ ফলস্বৰূপে খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগত বিভিন্ন দেৱতাৰ নৃতাত্ত্বিক চিত্ৰণ আৰম্ভ হৈছিল।<ref name="BIKA">{{cite journal |last1=Paul |first1=Pran Gopal |last2=Paul |first2=Debjani |title=Brahmanical Imagery in the Kuṣāṇa Art of Mathurā: Tradition and Innovations |journal=East and West |volume=39 |issue=1/4 |date=1989 |pages=111–143, especially 112–114, 115, 125|jstor=29756891 }}</ref>
 
== তথ্যউৎস ==