ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

60 নং শাৰী:
=== বৈদিক যুগ ===
[[File:Mathura anthropomorphological artefact.jpg|thumb|কপাৰ হোৰ্ড সংস্কৃতিৰ নৃতাত্ত্বিক প্ৰতীকী শিল্প। মথুৰা সংগ্ৰাহালয়। |194x194px|left]]
সিন্ধু সভ্যতাৰ পতনৰ পিছৰ সহস্ৰাব্দত ভাৰতলৈ ইণ্ডো-আৰ্য গোষ্ঠীৰ প্ৰব্ৰজন হয়, এই সময়ত বৈদিক যুগ নৃতাত্ত্বিক চিত্ৰণৰ পৰা বঞ্চিত হৈ থাকে।আছিল। <ref name="BIKA"/> প্ৰাৰম্ভিক বৈদিক ধৰ্মই কেৱল "বিস্তৃত ত্যাগৰ জৰিয়তে প্ৰকৃতিৰ প্ৰাথমিক শক্তি"ৰ উপাসনাৰ ওপৰতহে গুৰুত্ব দিছিল, যিয়ে নৃতাত্ত্বিক প্ৰতিনিধি মূলক ঈশ্বৰৰ ওচৰত নিজৰ অস্তিত্বক ত্যাগ কৰাৰ পৰা তেওঁলোকক বিৰত ৰাখিছিল। <ref name="PGP114">{{cite journal |last1=Paul |first1=Pran Gopal |last2=Paul |first2=Debjani |title=Brahmanical Imagery in the Kuṣāṇa Art of Mathurā: Tradition and Innovations |journal=East and West |date=1989 |volume=39 |issue=1/4 |pages=111–143 |issn=0012-8376|jstor=29756891 }}</ref><ref name="TBI">{{cite book |last1=Krishan |first1=Yuvraj |last2=Tadikonda |first2=Kalpana K. |title=The Buddha Image: Its Origin and Development |date=1996 |publisher=Bharatiya Vidya Bhavan |isbn=978-81-215-0565-9 |page=ix-x |url=https://books.google.com/books?id=kDyJh--iaL0C&pg=PP13 |language=en}}</ref> বিভিন্ন শিল্পকলা, যি সমূহ কপাৰ হোৰ্ড সংস্কৃতিৰ হ'ব পাৰে বুলি ভৱা হয়, এই সমূহৰ কিছুমান শিল্পই নৃতাত্ত্বিক বৈশিষ্ট্যক নিৰ্দেশ কৰে।<ref name="IS248">{{cite book |last1=Shaw |first1=Ian |last2=Jameson |first2=Robert |title=A Dictionary of Archaeology |date=2008 |publisher=John Wiley & Sons |isbn=978-0-470-75196-1 |page=248 |url=https://books.google.com/books?id=8HKDtlPuM2oC&pg=PA248 |language=en}}</ref> এই শিল্পকলাবোৰৰ প্ৰকৃত অৰ্থ, সময় বা এই সমূহৰে জড়িত সংস্কৃতি ইত্যাদি সম্পৰ্কীয় ব্যাখ্যাবোৰ পৃথক পৃথক হোৱা দেখা যায়। <ref name="IS248"/> ক'লা আৰু ৰঙা সামগ্ৰী সংস্কৃতি (১৪৫০-১২০০ খ্ৰীষ্টপূৰ্ব) বা পেইণ্টেড গ্ৰে ৱেৰ সংস্কৃতি (১২০০-৬০০ খ্ৰীষ্টপূৰ্ব)ৰ সময়ত বিমূৰ্ত মৃৎশিল্পৰ ডিজাইনত শৈল্পিক অভিব্যক্তিৰ কিছুমান উদাহৰণ উদ্ধাৰ হয়। এইসমূহ মথুৰা অঞ্চলকে ধৰি এক বিস্তৃত এলেকাত পোৱা গৈছে।<ref name="IS248"/>
 
প্ৰায় এক হাজাৰ বছৰৰ ব্যৱধানৰ পিছৰ প্ৰাৰম্ভিক সন্ধানবোৰৰ বেছিভাগেই খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগ অৰ্থাৎ "নগৰায়নৰ দ্বিতীযচোৱা় সময়"ৰ বুলি কোৱা হয়।<ref name="IS248"/> সম্ভৱতঃ সিন্ধু উপত্যকাৰ আচেমেনিড বিজয়ৰ সৈতে আৰম্ভ হোৱা বিদেশী ধৰ্ম-সংস্কৃতিৰ প্ৰবাহ, আৰু বেদধৰ্মক প্ৰত্যাহ্বান জনোৱা বৈকল্পিক স্থানীয় ধৰ্মৰ উত্থান, যেনে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু স্থানীয় জনপ্ৰিয় ধৰ্মৰ উত্থানৰ ফলস্বৰূপে খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগত বিভিন্ন দেৱতাৰ নৃতাত্ত্বিক চিত্ৰণ আৰম্ভ হৈছিল।<ref name="BIKA">{{cite journal |last1=Paul |first1=Pran Gopal |last2=Paul |first2=Debjani |title=Brahmanical Imagery in the Kuṣāṇa Art of Mathurā: Tradition and Innovations |journal=East and West |volume=39 |issue=1/4 |date=1989 |pages=111–143, especially 112–114, 115, 125|jstor=29756891 }}</ref>