ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

63 নং শাৰী:
 
প্ৰায় এক হাজাৰ বছৰৰ ব্যৱধানৰ পিছৰ প্ৰাৰম্ভিক সন্ধানবোৰৰ বেছিভাগেই খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগ অৰ্থাৎ "নগৰায়নৰ দ্বিতীযচোৱা় সময়"ৰ বুলি কোৱা হয়।<ref name="IS248"/> সম্ভৱতঃ সিন্ধু উপত্যকাৰ আচেমেনিড বিজয়ৰ সৈতে আৰম্ভ হোৱা বিদেশী ধৰ্ম-সংস্কৃতিৰ প্ৰবাহ, আৰু বেদধৰ্মক প্ৰত্যাহ্বান জনোৱা বৈকল্পিক স্থানীয় ধৰ্মৰ উত্থান, যেনে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু স্থানীয় জনপ্ৰিয় ধৰ্মৰ উত্থানৰ ফলস্বৰূপে খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগত বিভিন্ন দেৱতাৰ নৃতাত্ত্বিক চিত্ৰণ আৰম্ভ হৈছিল।<ref name="BIKA">{{cite journal |last1=Paul |first1=Pran Gopal |last2=Paul |first2=Debjani |title=Brahmanical Imagery in the Kuṣāṇa Art of Mathurā: Tradition and Innovations |journal=East and West |volume=39 |issue=1/4 |date=1989 |pages=111–143, especially 112–114, 115, 125|jstor=29756891 }}</ref>
 
=== মৌৰ্য শিল্পকলা ===
[[File:Pataliputra_capital,_Bihar_Museum,_Patna,_3rd_century_BCE.jpg|thumb|ইৰাণী শিল্পকলা আৰু হেলেনিষ্টিক শিল্পৰ প্ৰভাৱ থকা প্ৰাৰম্ভিক মৌৰ্য ভাস্কৰ্য পাটালিপুত্ৰ স্তম্ভ শীৰ্ষ। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা। পাটনা সংগ্ৰাহালয়। |198x198px|left]]
উত্তৰ ভাৰতীয় মৌৰ্য সাম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ৩২২ ৰ পৰা ১৮৫ খ্ৰীষ্টপূৰ্বলৈ বিকশিত হৈছিল। পাটালিপুত্ৰ সম্ভ শীৰ্ষৰ নমুনাৰ পৰা এই কথা বুজিব পাৰি যে মৌৰ্য্য শিল্পকলাৰ ওপৰত প্ৰাচীন ভাৰতীয় প্ৰভাৱৰ উপৰিও এই সমূহত উপমহাদেশীয় তথা ইৰাণী শিল্পকলাৰো প্ৰভাৱ পৰিছে।<ref>Harle, 22-28</ref>
 
খ্ৰীষ্টপূৰ্ব ২৩২ চনত মৃত্যু হোৱা সম্ৰাট অশোকে তেওঁৰ ৪০ বছৰীয়া শাসনকালৰ মাজভাগলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু বুদ্ধৰ জীৱনৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থানসমূহত কেইবাটাও ডাঙৰ স্তূপৰ মেৰামতি তথা সংৰক্ষণত গুৰুত্ব দিয়ে। মৌৰ্য যুগৰ এই শিল্পকলা নিদৰ্শন সমূহৰ খুবেই কম সংখ্যকহে বৰ্তমান বৰ্তি আছেগৈ অথৱা এনে স্তূপৰ সংখ্যা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তাকৰ আছিল। অৱশ্যে ভাৰতীয় শিলাকুটিৰ প্ৰাৰম্ভিক কালৰ ক্ষেত্ৰ সমূহত এনে অধিক নমুনা পোৱা যায়।
 
আটাইতকৈ বিখ্যাত অৱশিষ্টৰ ভিতৰত স্তম্ভ শীৰ্ষত থকা ডাঙৰ জন্তুৰ অৱয়ব বোৰে আত্মবিশ্বাসী আৰু সাহসেৰে পৰিপক্ব শৈলী আৰু শিল্পক প্ৰতিনিধিত্ব কৰে। ইয়াত ব্যৱহৃত লো সমূহ আজি পৰ্যন্ত মামৰে নধৰাকৈ আছ। এনে ধৰণৰ লো দেশৰ গ্ৰাম্য অঞ্চলৰ বৈদিক লোকসকলে ব্যৱহাৰ কৰিছিল।<ref>Harle, 22-26</ref> চাৰিবিধ জন্তুৰ সৈতে অশোকৰ বিখ্যাত বিচ্ছিন্ন সিংহ স্তম্ভ শীৰ্ষক স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰী প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছিল। <ref>[http://www.india.gov.in/knowindia/national_symbols.php?id=9 State Emblem] {{webarchive |url=https://web.archive.org/web/20120511134823/http://www.india.gov.in/knowindia/national_symbols.php?id=9 |date=May 11, 2012 }}, Know India india.gov.in</ref> মৌৰ্য ভাস্কৰ্য আৰু স্থাপত্যৰ বিশেষত্ব হৈছে সেই সময়ত শিলৰ ভাস্কৰ্য সমূহত প্ৰধান কৰা মসৃণতা। যি নেকি পিছৰ সময়চোৱাত এই উদাহৰণ খুব কমেইহে পোৱা যায়।
 
পুৰাতত্ত্ব সংগ্ৰহত বহুতো সৰু জনপ্ৰিয় টেৰাকটা মূৰ্তি উদ্ধাৰ হৈছে। জীৱ-জন্তু আৰু মানুহৰ এই প্ৰতিমূৰ্তি সমূহৰ ভিতৰত সাধাৰণতে মহিলাৰ মূৰ্তি সমূহক দেৱতা বুলি ধাৰণা কৰা হয়। <ref>Harle, 39-42</ref>
 
== তথ্যউৎস ==