ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

70 নং শাৰী:
খ্ৰীষ্টপূৰ্ব ২৩২ চনত মৃত্যু হোৱা সম্ৰাট অশোকে তেওঁৰ ৪০ বছৰীয়া শাসনকালৰ মাজভাগলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু বুদ্ধৰ জীৱনৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থানসমূহত কেইবাটাও ডাঙৰ স্তূপৰ মেৰামতি তথা সংৰক্ষণত গুৰুত্ব দিয়ে। মৌৰ্য যুগৰ এই শিল্পকলা নিদৰ্শন সমূহৰ খুবেই কম সংখ্যকহে বৰ্তমান বৰ্তি আছেগৈ অথৱা এনে স্তূপৰ সংখ্যা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তাকৰ আছিল। অৱশ্যে ভাৰতীয় শিলাকুটিৰ প্ৰাৰম্ভিক কালৰ ক্ষেত্ৰ সমূহত এনে অধিক নমুনা পোৱা যায়।
 
আটাইতকৈ বিখ্যাত অৱশিষ্টৰ ভিতৰত স্তম্ভ শীৰ্ষত থকা ডাঙৰ জন্তুৰ অৱয়ব বোৰে আত্মবিশ্বাসী আৰু সাহসেৰে পৰিপক্ব শৈলী আৰু শিল্পক প্ৰতিনিধিত্ব কৰে। ইয়াত ব্যৱহৃত লো সমূহ আজি পৰ্যন্ত মামৰে নধৰাকৈ আছ।আছে। এনে ধৰণৰ লো, দেশৰ গ্ৰাম্য অঞ্চলৰ বৈদিক লোকসকলে ব্যৱহাৰ কৰিছিল।<ref>Harle, 22-26</ref> চাৰিবিধ জন্তুৰ সৈতে অশোকৰ বিখ্যাত বিচ্ছিন্ন সিংহ স্তম্ভ শীৰ্ষক স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰী প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছিল। <ref>[http://www.india.gov.in/knowindia/national_symbols.php?id=9 State Emblem] {{webarchive |url=https://web.archive.org/web/20120511134823/http://www.india.gov.in/knowindia/national_symbols.php?id=9 |date=May 11, 2012 }}, Know India india.gov.in</ref> মৌৰ্য ভাস্কৰ্য আৰু স্থাপত্যৰ বিশেষত্ব হৈছে সেই সময়ত শিলৰ ভাস্কৰ্য সমূহত প্ৰধানপ্ৰদান কৰা মসৃণতা। যি নেকি পিছৰ সময়চোৱাত এই উদাহৰণ খুব কমেইহে পোৱা যায়।
 
পুৰাতত্ত্ব সংগ্ৰহত বহুতো সৰু জনপ্ৰিয় টেৰাকটা মূৰ্তি উদ্ধাৰ হৈছে। জীৱ-জন্তু আৰু মানুহৰ এই প্ৰতিমূৰ্তি সমূহৰ ভিতৰত সাধাৰণতে মহিলাৰ মূৰ্তি সমূহক দেৱতা বুলি ধাৰণা কৰা হয়। <ref>Harle, 39-42</ref>