১৫ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
{{আজিৰ দিনটো|15|06|166}} [[বুৰঞ্জী]]ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
 
==ঘটনাৱলী==
 
* ১২১৫ চনৰ আজিৰ দিনটোত- [[ইংলেণ্ড]]ৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
* আজি শ্বহীদ [[কুশল কোঁৱৰ]]ৰ স্মতি দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
* ১৬৫৯ - [[ঔৰংগজেৱ]]ৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
* আজি শ্বহীদ১৯৪৩- [[কুশল কোঁৱৰ]]ৰ স্মতি দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
==জন্ম ==
* ১৯১৬ চনৰ আজিৰ দিনটোত- মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ [[হাৰ্বাট আলেকজেণ্ডাৰ ছিমন]]ৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
==মৃত্যু ==
* ১৯৪৩ - আজি শ্বহীদ [[কুশল কোঁৱৰ]]ৰ স্মৃতি দিৱস।
==অন্যান্য==
* আজিৰ দিনটোত [[কলকাতা]]ৰ প্ৰসিদ্ধ [[প্ৰেছিডেন্সী কলেজ]] প্ৰতিষ্ঠা হয়।
* বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা [[বেঞ্জামিন ফ্ৰেংকলিন]] -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতে।
 
* ১২১৫ চনৰ আজিৰ দিনটোত [[ইংলেণ্ড]]ৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
* ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ [[হাৰ্বাট আলেকজেণ্ডাৰ ছিমন]]ৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
 
 
"https://as.wikipedia.org/wiki/১৫_জুন"ৰ পৰা অনা হৈছে