১৫ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
* ১২১৫ - [[ইংলেণ্ড]]ৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
* ১৬৫৯ - [[ঔৰংগজেৱ]]ৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
* ১৮৫৫ - কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম [[প্ৰেছিডেন্সী কলেজ]] হয়।
* ১৯৪৩- [[কুশল কোঁৱৰ]]ক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
 
==জন্ম ==
* ১৯১৬ - মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ [[হাৰ্বাট আলেকজেণ্ডাৰ ছিমন]]ৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
"https://as.wikipedia.org/wiki/১৫_জুন"ৰ পৰা অনা হৈছে