ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

typo fixed
(typo fixed)
{{ৱিকিপিডিয়া অনুবাদ}}
 
{{ambox|text='''বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পৃষ্ঠাটো অনুবাদৰ বাবে ৰখা হৈছে৷হৈছে। লাহে লাহে কামটো কৰা হ'ব, আন সদস্যসকলৰ সময় থাকিলে মাজে মাজে কৰিব পাৰে'''}}
 
{{policy|WP:!|WP:NOT|WP:WWIN}}
{{nutshell|ৱিকিপিডিয়াত থাকিব পৰা তথ্যৰ কোনো সীমা নাই। কিন্তু ৱিকিপিডিয়া এখন বিশ্বকোষহে, আৰু সেইবাবে ইণ্টাৰনেটত আন ঠাইত উপলব্ধ সকলো তথ্য ইয়াত অন্তৰ্ভুক্ত কৰিব নোৱাৰি। যদিও যিকোনো ব্যক্তিয়েই ইয়াত সম্পাদকৰ ভূমিকা পালন কৰিব পাৰে, পালন কৰিবলগীয়া কিছুমান প্ৰক্ৰিয়া আৰু মানৰ বাবে ৱিকিপিডিয়া নৈৰাজ্য, গণতন্ত্ৰ, বা আমোলাতন্ত্ৰত পৰিগণিত হোৱা নাই। }}
 
{{Content policy list}}
 
'''ৱিকিপিডিয়া''' এখন ইণ্টাৰনেট বিশ্বকোষ৷বিশ্বকোষ। ইয়াত ব্যৱহাৰকৰ্তাসকলৰ মাজত [[সহযোগিতামূলক সংকলন]]ৰ দ্বাৰা এখন উচ্চ মানদণ্ডৰ বিশ্বকোষ সংকলন কৰাৰ কাৰণে প্ৰযত্ন কৰা হৈছে৷হৈছে। ৱিকিপিডিয়া আচলতে কি, ইয়াত কেনে ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হয় বা কেনে পদ্ধতিৰ মাজেৰে ইয়াত কাম কৰা হয় এই সকলো কথা জানিবলৈ '''ৱিকিপিডিয়া কি নহয়''' সেইটোও জানিলোৱাতো বাঞ্ছনীয়। ৷বাঞ্ছনীয়॥
{{TOC right}}
== লিখনশৈলী আৰু সজ্জা ==
=== {{anchor|PAPER}}ৱিকিপিডিয়া কাগজত ছপা কৰা বিশ্বকোষ নহয় ===
{{policy shortcut|WP:NOTPAPER|WP:PAPER}}
'''ৱিকিপিডিয়া ছপা কৰা বিশ্বকোষ নহয়''', ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ৷বিশ্বকোষ। ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷নাই। ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে৷পাৰে। ইয়াৰ প্ৰবন্ধসমূহ [[ৱিকিপিডিয়া:5P|ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতি]]ৰ আধাৰত ব্যৱস্থিত৷ব্যৱস্থিত।
 
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধপ্ৰবন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে ([[ৱিকিপিডিয়া:প্ৰবন্ধৰ আকাৰ]] চাওক। ) দীঘল প্ৰবন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো প্ৰয়োজনীয় ([[ৱিকিপিডিয়া:সাৰাংশ শৈলী]] চাওক। ) ছপা বিশ্বকোষৰ প্ৰবন্ধসমূহ সহজে সালসলনি কৰিব নোৱাৰি, কিন্তু ৱিকিপিডিয়াত অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, অধিক বৰ্হিসংযোগ দিব পাৰোঁ, আৰু সোনকালে নবীকৰণ কৰিব পাৰি। ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি]] চাওক।
 
== সমল ==
কেৱল শুদ্ধ আৰু কামত অহাৰ গুণতে বিশ্বকোষ এখনত যিকোনো বিষয় সন্নিৱিষ্ট কৰিব নোৱাৰি। কোনো কোনো বিষয়ৰ অন্তৰ্ভুক্তিৰ ওপৰত মাজে-সময়ে প্ৰশ্ন উঠিলেও ৱিকিপিডিয়াৰ বিষয়ববীয়াসকল এই কথাত ঐকমত্য যে তলৰ অনুচ্ছেদসমূহ "ৱিকিপিডিয়া কি নহয়" বা "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" তাৰ ভাল উদাহৰণ।
 
=== {{anchor|DIC|DICDEF|DICT|DICTIONARY}}ৱিকিপিডিয়া এখন অভিধান নহয় ===
{{main|ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়}}
 
ৱিকিপিডিয়া কোনো অভিধান নহয়, কাৰিকৰী কথা বা অৰ্থহীন শব্দৰ ব্যৱহাৰিক সহায়িকা নহয় ।নহয়। ৱিকিপিডিয়াৰ প্ৰবন্ধ তলৰ উদাহৰণবোৰো নহয়:
 
# '''সংজ্ঞা ।সংজ্ঞা।''' যদিও প্ৰবন্ধসমূহ এটা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়#ভাল সংজ্ঞা|ভাল সংজ্ঞাৰে]] আৰু ''এটা'' বিষয়ৰ বিৱৰণৰে ''আৰম্ভ'' হ’ব লাগে, সেইবোৰে বিশেষ বিষয়টোৰ ওপৰত আন আন তথ্যও আগবঢ়োৱা উচিত ।উচিত। সম্ভৱপৰ হ’লে কেৱল সংজ্ঞাহে থকা প্ৰবন্ধবোৰত আন বিষয়বস্তু সন্নিৱিষ্ট কৰি '''বিস্তাৰ''' কৰা উচিত ।উচিত।
# '''অভিধান অন্তৰ্ভুক্তি ।অন্তৰ্ভুক্তি।''' বিশ্বকোষৰ প্ৰবন্ধৰ বিষয় হৈছে কোনো ব্যক্তি, গোট, ধাৰণা, ঠাই, বস্তু, এটা ঘটনা আদি ।আদি। কোনো ক্ষেত্ৰত এটা শব্দ বা বাক্যাংশই বিশ্বকোষৰ বিষয় হ’ব পাৰে, যেনে [http://en.wikipedia.org/wiki/Macedonia_(terminology) মেচিডনিয়া(পৰিভাষা)] । কাচিত্হে কোনো প্ৰৱন্ধৰপ্ৰবন্ধৰ এটাতকৈ অধিক ''সুস্পষ্ট'' সংজ্ঞা বা শিৰোনামাৰশিৰোনামৰ ব্যৱহাৰ থাকিব পাৰে ।পাৰে। [[সংখ্যাৰ তালিকা|সংখ্যাৰ]]ৰ সাংস্কৃতিক বা গাণিতিক বিশেষত্বৰ বিষয়ে লিখা প্ৰবন্ধও গ্ৰহণযোগ্যগ্ৰহণযোগ্য। <br />অভিধানিকআভিধানিক ৱিকি বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[wikt:Main Page|Wiktionary]] চাওক ।চাওক।
# '''ব্যৱহাৰ, অপশব্দ, আৰু/বা জতুৱা ঠাঁচ পথনিৰ্দেশিকা ।পথনিৰ্দেশিকা।''' ভাষা, দোৱান বা অপশব্দৰ প্ৰকাৰৰ বৰ্ণনামূলক প্ৰৱন্ধ গ্ৰহণীয়প্ৰবন্ধ গ্ৰহণীয়। তেনে ভাষাৰ কথকৰ বাবে সহায় প্ৰবন্ধ গ্ৰহণযোগ্য নহয় ।নহয়। অধিক তথ্যৰ বাবে তলৰ [[ৱিকিপিডিয়া:NOTGUIDE|"ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়"]] চাওকচাওক। <br />সহায়িকাপুথিৰ সংগ্ৰহ বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[b:Main Page|Wikibooks]] চাওক ।চাওক।
 
=== {{anchor|COOL|FANSITE|OR|OTHOUGHT|PUBLISHER}}ৱিকিপিডিয়া কোনো মৌলিক চিন্তাৰ প্ৰকাশস্থল নহয় ===
{{dablink|"WP:FORUM" redirects here; you may be looking for [[ৱিকিপিডিয়া:Forum shopping]] or [[ৱিকিপিডিয়া:Village pump]].}}
 
ৱিকিপিডিয়া আপোনাৰ নিজৰ চিন্তা আৰু বিশ্লেষণ বা নতুন তথ্য প্ৰকাশৰ স্থল নহয় ।নহয়। [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|মৌলিক গৱেষণাৰ নীতি]] মানি চলি অনুগ্ৰহ কৰি '''তলৰ কাৰণসমূহৰ বাবে ৱিকিপিডিয়াক ব্যৱহাৰ নকৰিব:
 
# '''প্ৰাথমিক (মৌলিক) গৱেষণা।''', যেনে প্ৰস্তাৱিত তত্ত্ব আৰু সমাধান, মৌলিক চিন্তা, শব্দৰ সংজ্ঞা, নতুন শব্দৰ উদ্ভাৱন আদি ।আদি। আপুনি যদি কোনো বিষয়ত প্ৰাথমিক গৱেষণা সম্পূৰ্ণ কৰিছে, তেন্তে তাৰ ফলাফল আন ঠাইত যেনে সহকৰ্মীয়ে পৰ্যালোচনা কৰা পত্ৰিকা, আন ছপা মাধ্যম বা সন্মানীয় অনলাইন পত্ৰিকাত প্ৰকাশ কৰক ।কৰক। তাৰ পিছত ই গ্ৰহণীয় জ্ঞানৰ অংশ হৈ পৰিলে ৱিকিপিডিয়াই ইয়াক বিবেচনা কৰিব; কিন্তু বিষয়বস্তুৰ[[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্যতা]] প্ৰমাণ কৰাৰ বাবে আৰু সেয়া যে মাথোঁ সম্পাদকৰ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|মতামত]] নহয় তাক দেখুৱাবলৈ তেনে সঠিক [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|উৎসৰ উল্লেখ]] আৱশ্যক ।আৱশ্যক।
# '''ব্যক্তিগত উদ্ভাৱন।''' যদি আপুনি বা আপোনাৰ কোনো বন্ধুৱে এটা নতুন শব্দ, এটা সুৰাপানৰ খেল, বা এটা নতুন ধৰণৰ নৃত্যশৈলীৰ উদ্ভাৱন কৰিছে, তেন্তে একাধিক, স্বাধীন আৰু দ্বিতীয় উৎসই তাৰ প্ৰতিবেদন নিদিয়ালৈকে সেয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ’বলৈ [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|উল্লেখযোগ্য]] নহয় ।নহয়। [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়|ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়]]
# '''ব্যক্তিগত ৰচনা।''' {{anchor|ESSAY}} য’ত বিশেষজ্ঞৰ মতামতৰ সলনি আপোনাৰ নিজা অনুভৱ প্ৰকাশ পায় ।পায়। যদিও ৱিকিপিডিয়াত মানুহৰ জ্ঞান সংগ্ৰহ কৰা হৈছে, ই তেনে জ্ঞানৰ অংশ হ’বলৈ যোৱা ব্যক্তিগত মতৰ বাহন নহয় ।নহয়। কোনো ক্ষেত্ৰত এজন ব্যক্তিৰ মতামত আলোচনা কৰাটো অতি প্ৰযোজনীয় হ’লে আন সদস্যসকলক তাৰ বিষয়ে লিখিবলৈ দিয়া উচিত ।উচিত। ৱিকিপিডিয়াৰ লগত সংগতি থকা ব্যক্তিগত ৰচনা আপোনাৰ সদস্য নামস্থানত বা [[meta:Meta-wiki|মেটা ৱিকিত]] গ্ৰহণীয় ।গ্ৰহণীয়। [http://www.wikinfo.org/index.php/Main_Page ৱিকিইন্&zwnj; ফ' (Wikinfo)]ত থকা [[ফৰ্ক (ছফ্টৱেৰ বিকাশ)|ফৰ্কে]] প্ৰবন্ধত ব্যক্তিগত মতামত দিবলৈ উত্‍সাহ যোগায় । যোগায়।
# <span id="not_a_forum">'''আলোচনা সভা ।সভা।'''</span>{{anchor|FORUM|CHAT}} অনুগ্ৰহ কৰি এখন বিশ্বকোষ সৃষ্টিৰ কামতহে মনোযোগ দিয়ক ।দিয়ক। আপুনি ৱিকিপিডিয়াৰ লগত সংগতি থকা বিষয়ৰ ওপৰত কথা-বতৰা পৃষ্ঠাত আন সদস্যৰ লগত আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট [[ৱিকিপিডিয়া:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত কোনো সমস্যাৰ সমাধান কৰিব পাৰে, কিন্তু অনুগ্ৰহ কৰি প্ৰবন্ধত সেই আলোচনা অন্তৰ্ভুক্ত নকৰিব ।নকৰিব। মনত ৰাখিব যে আলোচনা পৃষ্ঠাৰ উদ্দেশ্য হৈছে কোনো প্ৰবন্ধৰ উন্নতি ঘটোৱা ।ঘটোৱা। সেইখন প্ৰৱন্ধটোৰপ্ৰবন্ধটোৰ বিষয়বস্তুৰ ওপৰত সাধাৰণ আলোচনা কৰাৰ বাবে নহয়, বা উপদেশ আৰু কাৰিকৰী সহায়ৰ বাবেও নহয় ।নহয়। আপুনি যদি কোনো বিষয়ৰ ওপৰত নিৰ্দিষ্ট প্ৰশ্ন সুধিব বিচাৰিছে তেন্তে [[ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰ|প্ৰসংগ মেজত]] সেইটো উত্থাপন কৰক ।কৰক। আন ৱিকিপিডিয়ানৰ লগত পাতলীয়া ধৰণৰ আলোচনা কৰিব বিচাৰিলে [http://en.wikipedia.org/wiki/Wikipedia:IRC আই.আৰ.চি. চেনেল] যেনে [irc://chat.freenode.net:8001/wikipedia #wikipedia] ব্যৱহাৰ কৰক ।কৰক। মন কৰক যে ই এটা আই.আৰ.চি. চেনেলহে, কোনো বাৰ্তা দেৱাল নহয় ।নহয়। আলোচনা আৰু তৰ্কৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ আন কেইবাটাও ৱিকিপ্ৰকল্পৰ কাম চলি আছে ।আছে। আলোচনা পৃষ্ঠাত অগ্ৰহণযোগ্য বিষয়বস্তু [[ৱিকিপিডিয়া:TPG|আলোচনা পৃষ্ঠা পথনিৰ্দেশিকা]] অনুসৰি আঁতৰাই পেলোৱা হ’ব পাৰে ।পাৰে।
 
=== {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয় ===
{{policy shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় ।নহয়। এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য ।প্ৰযোজ্য। সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।নহয়।
 
# '''কোনোধৰণৰ ওকালতি, [[অপপ্ৰচাৰ]] বা [[নিযুক্তি]]''': বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা ।কিবা। ৱিকিপিডিয়াত অৱশ্যেই [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]]ৰ নীতি মানি চলি তেনেধৰণৰ কামৰ বিষয়ে বস্তুনিষ্ঠভাৱে উল্লেখ কৰিব পাৰি ।পাৰি। আপোনাৰ চিন্তা-ধাৰণাৰ সুফলসমূহ ৰাইজক জনাব বিচাৰিলে আপুনি এটা [[ব্ল’গ]] আৰম্ভ কৰিব পাৰে বা [[ইণ্টাৰনেট ফ’ৰাম]]ত যোগদান কৰিব পাৰে ।পাৰে।<ref>ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ লগত সম্পৰ্ক নথকা বিষয়ৰ ওকালতিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি ।নোৱাৰি। কিন্তু ''ৱিকিপিডিয়া নামস্থানত থকা'' পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ উন্নতিসাধনৰ বিচৰা নিৰ্দিষ্ট দৃষ্টিকোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।পাৰি। সেইবাবে ৱিকিপিডিয়া সম্পৰ্কীয় লিখনী, প্ৰকল্প পৃষ্ঠা, প’ৰ্টেল আদি ৱিকিপিডিয়াৰ অংশ বুলি গণ্য কৰা হ’বহ’ব। </ref> [[ৱিকিপিডিয়া:ওকালতি]] চাওক । চাওক।
# '''অভিমতৰ অংশ ''': যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয় ।নহয়। প্ৰবন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] ডাঙি ধৰি ভাৰসাম্য ৰক্ষা কৰিব লাগিব ।লাগিব। ৱিকিপিডিয়াৰ লেখকসকলে সোনকালে অপ্ৰচলিত হৈ নোযোৱা প্ৰবন্ধ লিখিবলৈ অহৰহ চেষ্ঠাচেষ্টা কৰা উচিত ।উচিত। কিন্তু ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প [[n:|ৱিকিবাতৰিয়ে]] ইয়াৰ প্ৰবন্ধৰ ওপৰত মন্তব্যক আদৰণি জনায় । জনায়।
# '''কেলেংকাৰীৰ প্ৰচাৰ,''' পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা ।শুনা। [[ৱিকিপিডিয়া:BLP|জীৱিত ব্যক্তিৰ বিষয়ে]] লিখা প্ৰৱন্ধপ্ৰবন্ধ সেইজনৰ [[ৱিকিপিডিয়া:LIBEL|মানহানি]] নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে ।লাগে। কেৱল আন এজনৰ সন্মানক [[ৱিকিপিডিয়া:ATP|আক্ৰমণ]] কৰিবলৈকে প্ৰবন্ধ লিখিব নালাগে । নালাগে।
# '''আত্মপ্ৰচাৰ,''' আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক ।স্বাভাৱিক। কিন্তু মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰবন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য ।প্ৰযোজ্য। তাৰ ভিতৰত আছে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] যিটো নিজৰ বিষয়ে লিখোঁতে বজাই ৰখাটো টান হ’ব পাৰে ।পাৰে। আত্মজীৱনীৰ উত্‍সলৈ পোনাই দিয়া সংযোগ বা প্ৰসংগৰ পয়োভৰ গ্ৰহণযোগ্য নহয় ।নহয়। অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা]], [[ৱিকিপিডিয়া:আত্মজীৱনী]] আৰু [[ৱিকিপিডিয়া:আদৰ্শৰ বিবাদ]] চাওক । চাওক।
# '''বিজ্ঞাপন''': প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|বস্তুনিষ্ঠ আৰু পক্ষপাতশূন্য শৈলী]]ৰে লিখা হয় ।হয়। সকলো প্ৰবন্ধৰ বিষয়বস্তুৰ [[ৱিকিপিডিয়া:স্বাধীন উৎস|স্বাধীন]], [[ৱিকিপিডিয়া:তৃতীয় পক্ষ উৎস|তৃতীয় পক্ষ উৎস]]ৰ দ্বাৰা সত্যাসত্য নিৰূপণ হোৱা উচিত ।উচিত। সেইবাবে কোনো সৰু গেৰেজ বা স্থানীয় কোম্পানীৰ বিষয়ে লিখা প্ৰবন্ধ গ্ৰহণীয় নহয় ।নহয়। বৃহত্‍ প্ৰতিষ্ঠানৰ লগত জড়িত হ’লেহে বাণিজ্যিক গোটৰ [[ৱিকিপিডিয়া:বহিঃ সংযোগ|বহিঃ সংযোগ]] গ্ৰহণযোগ্য হ’ব ।হ’ব। ৱিকিপিডিয়াই কোনো প্ৰতিষ্ঠানৰ অনুমোদন নকৰে বা জড়িত প্ৰকল্প নচলায়। ক’ৰ্প’ৰেট উল্লেখযোগ্যতাৰ সহায়ৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (সন্থা আৰু প্ৰতিষ্ঠান)]] চাওক ।চাওক। বাণিজ্যিক নহ’লেও কোনো ঘটনাৰ প্ৰচাৰ বা ৰাজহুৱা জাননীৰ বাবে আন ফ’ৰাম ব্যৱহাৰ কৰক, ৱিকিপিডিয়া নহয় ।নহয়।
 
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয়।
{{policy shortcut|WP:LINKFARM|WP:NOTLINK|WP:NOTMIRROR|WP:NOTREPOSITORY|WP:NOTIMAGE|WP:NOTGALLERY}}
 
ৱিকিপিডিয়া মাত্ৰ সংযোগ, চিত্ৰ, বা মিডিয়া ফাইল ৰখা [[মিৰ’ৰ (কম্পিউটাৰ)|মিৰ’ৰ]] বা [[ডিজিটেল ভঁৰাল|ভঁৰাল]] নহয় ।নহয়। ৱিকিপিডিয়া প্ৰবন্ধ তলত দিয়া ধৰণৰ হ’ব নালাগে :
 
# মাথোঁ '''বহিঃ সংযোগৰ সংগ্ৰহ''' বা '''ইণ্টাৰনেট নিৰ্দেশিকা ।নিৰ্দেশিকা।''' প্ৰবন্ধত এটা বা অধিক বিষয়বস্তু-সম্বন্ধীয় সংযোদ দিয়াত একো বাধা নাই; কিন্তু অতিমাত্ৰা তালিকাই প্ৰৱন্ধটোকপ্ৰবন্ধটোক গৌণ কৰি ৱিকিপিডিয়াৰ উদ্দেশ্যৰ পৰা আঁতৰি যাব পাৰে ।পাৰে। বহু "অনুৰাগী স্থান" বা "ফেনচাইট" থকা থকা বিষয়ৰ প্ৰবন্ধত এটা মুখ্য অনুৰাগী স্থানৰ সংযোগ দিয়াই উচিত ।উচিত। সহায়ৰ বাবে [[ৱিকিপিডিয়া:বহিঃ সংযোগ]] চাওক ।চাওক।
# '''ভিতৰুৱা সংযোগৰ সংগ্ৰহ,''' মাত্ৰ [[ৱিকিপিডিয়া:দ্ব্যৰ্থতা দূৰীকৰণ|দ্ব্যৰ্থতা দূৰীকৰণ]] পৃষ্ঠাৰ বাহিৰে যেতিয়া কোনো প্ৰৱন্ধৰপ্ৰবন্ধৰ শিৰোনামাশিৰোনাম দ্ব্যৰ্থক হয়, আৰু প্ৰৱন্ধপ্ৰবন্ধ সজ্জা তথা দিক্‌দৰ্শনত সহায় হোৱাকৈ [[ৱিকিপিডিয়া:তালিকা#দিক্‌দৰ্শন|তালিকা]] পৃষ্ঠাৰ বাহিৰে ।বাহিৰে। ইয়াৰ বাবে অনুগ্ৰহ কৰি [[ৱিকিপিডিয়া:মূল তালিকাসমূহ#নিৰ্বাচনৰ মাপকাঠী]] চাওক ।চাওক।
# মাথোঁ '''[[ৰাজহুৱা প্ৰান্ত]](পাব্লিক ডমেইন) বা আন উত্‍স তথ্য''' যেনে সমগ্ৰ কিতাপ বা উত্‍স সংকেত, মূল ঐতিহাসিক নথি, আইন, ঘোষণা, আৰু আন আন উত্‍স তথ্য যিবোৰ মৌলিক ৰূপতহে উপস্থাপন কৰিলে কামত আহে ।আহে। প্ৰাথমিক উত্‍সৰ সম্পূৰ্ণ নকল [[ৱিকিউত্‍স]]তহে অন্তৰ্ভুক্ত কৰিব পাৰি, ৱিকিপিডিয়াত নহয় ।নহয়। [[ৰজহুৱা প্ৰান্ত|ৰাজহুৱা প্ৰান্তৰ সম্পদ]] যেনে [[এনচাইক্ল’পেডিয়া ব্ৰিটানিকা]]ৰ তথ্য প্ৰৱন্ধতপ্ৰবন্ধত বিষয়বস্তু যোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (তেনে কাৰ্যৰ পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:কুম্ভীলক বৃত্তি#ৰাজহুৱা প্ৰান্তৰ উত্‍স|কুম্ভীলক বৃত্তি পথনিৰ্দেশিকা:ৰাজহুৱা প্ৰান্তৰ উত্‍স]] চাওক) । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:দীঘলীয়া মূল উৎসৰ সম্পূৰ্ণ পাঠ সন্নিৱিষ্ট নকৰিব]] আৰু [[s:WS:WWI|ৱিকিউত্‍সৰ অন্তৰ্ভুক্তিকৰণ নীতি]] চাওক ।চাওক।
# '''মাথোঁ চিত্ৰ বা মিডিয়া ফাইলৰ সংগ্ৰহ''' য’ত প্ৰবন্ধৰ নাম-গোন্ধ নাই ।নাই। আপুনি মাত্ৰ ছবি দান কৰিব খুজিলে তাক বিশ্বকোষীয় লেখাৰে সজাই তোলক, বা '''[[ৱিকিপিডিয়া সাধাৰণ]]'''ত অন্তৰ্ভুক্ত কৰক ।কৰক। যদি ছবিখন কোনো ৱেবচাইটৰ ৰাজহুৱা প্ৰান্তৰ উত্‍সৰ পৰা লোৱা হৈছে, তেন্তে তাক [[ৱিকিপিডিয়া:প্ৰবন্ধ নোহোৱা চিত্ৰ]] বা [[ৱিকিপিডিয়া:ৰাজহুৱা প্ৰান্ত চিত্ৰ উত্‍স]]ত সন্নিৱিষ্ট কৰক ।কৰক।
 
=== ৱিকিপিডিয়া গীতৰ কথাৰ তথ্যকোষ নহয় ===
ৱিকিপিডিয়াৰ প্ৰৱন্ধতপ্ৰবন্ধত স্বত্বাধিকাৰ থকা গীতৰ কথা সন্নিৱিষ্ট কৰাটো অনুমোদিত নহয় ।নহয়। [[ৰাজহুৱা প্ৰান্ত]]ত থকা গীতৰ কথা অন্তৰ্ভুক্ত কৰিব পাৰি, কিন্তু তাৰ লগত গীতটোৰ লেখক, শিল্পী, শ্ৰব্যসঁফুৰাৰ নাম, বাণীবন্ধনৰ বছৰৰ লগতে ইতিহাস, আঁৰৰ কথা, বিষয়বস্তু আৰু [[সংগীত]]ৰ বিশ্লেষণৰ বিষয়ে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|পক্ষপাতশূন্যভাৱে]] লিখিব লাগিব ।লাগিব।
 
=== {{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো ব্ল'গ,সামাজিক যোগাযোগমূলক বা স্মৃতিচিহ্ন ৰক্ষাৰ স্থান নহয় ===
{{see|ৱিকিপিডিয়া:সদস্য পৃষ্ঠা}}
 
ৱিকিপিডিয়া [[টুইটাৰ]] বা [[ফে’চবুকৰ]] দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয় ।নহয়। আপুনি ৱিকিপিডিয়াত নিজৰ [[ৱেবচাইট]], [[ব্ল’গ]], [[ৱিকি]], বা [[ক্লাউড সংগ্ৰহ|ক্লাউড]] তুলি দিব নোৱাৰে। ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
 
# '''ব্যক্তিগত ৱেব পৃষ্ঠা।''' [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|ৱিকিপিডিয়ানসকলৰ]] নিজৰ [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা]] থাকে, কিন্তু সেয়া বিশ্বকোষত কাম কৰাৰ বিষয়ে তথ্য প্ৰদানৰ বাবেহে ব্যৱহাৰ কৰা উচিত ।উচিত। আপুনি যদি ব্যক্তিগত ৱেবপৃষ্ঠা বা ব্ল’গ এটা সৃষ্টি কৰিব খুজিছে, তেন্তে ইণ্টাৰনেটত তেনে বিনামূলীয়া সুবিধা দিয়া অজস্ৰ চাইটৰ পৰা কোনো এটা বাচি লওক ।লওক। সদস্য পৃষ্ঠাত [[সামাজিক নেটৱৰ্ক সেৱা]] বা ধেমালিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি তাক সঠিক [[সহযোগ]]ৰ ভেঁটি হিছাপে গঢ়ি তোলক ।তোলক। ৱিকিপিডিয়াৰ লগত সংগতি থকা উপযুক্ত [[[[ৱিকিপিডিয়া:নামস্থান|নামস্থান]]ত সৃষ্টি কৰিব পাৰি ।পাৰি।
# '''[[ফাইল প্ৰণালী|ফাইল ভঁৰাল]] স্থান।''' অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰবন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক । কৰক। আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া [[ৱিকিমিডিয়া কমন্‌ছ]]ত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব ।যাব।
# '''ডেটিং সেৱা।''' সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় ।নহয়। অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয় ।নহয়।
# '''স্মৃতিচিহ্ন।''' বিশ্বকোষৰ প্ৰৱন্ধ‍ৰপ্ৰবন্ধ‍ৰ বিষয়বস্তুৱে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)|ৱিকিপিডিয়াৰ উল্লেখযোগ্যতাৰ প্ৰয়োজনীয়তা]] পূৰণ কৰিব‍ই লাগিব ।লাগিব। এই প্ৰয়োজনীয়তা পূৰণ নকৰা মৃত বন্ধু, আত্মীয়, চিনাকীচিনাকি মানুহ বা আন কাৰোবাৰ স্মৃতিচাৰণৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় ।নহয়। মন কৰক যে এই নীতিটো মূল '''প্ৰবন্ধ''' স্থানৰ বাহিৰত প্ৰযোজ্য নহয় আৰু প্ৰতিষ্ঠিত ৱিকিপিডিয়াৰ মৃত্যু হ’লে তেওঁৰ সদস্য পৃষ্ঠাক ইয়াৰ পৰা সীমিত অব্যাহতি দিয়া হয় ।হয়।
 
যদি আপুনি [[ৱিকি]] প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে ।আছে। আপুনি আপোনাৰ চাৰ্ভাৰত [[ৱিকি]] ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে ।পাৰে। এই বিষয়ক তথ্যৰ বাবে MediaWiki.orgত [[[[mw:হাতপুথি:ইনষ্টল প্ৰক্ৰিয়াত সহায়|ইনষ্টল প্ৰক্ৰিয়াত সহায়]] চাওক ।চাওক।
 
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য ।প্ৰযোজ্য। আপোনাৰ সদস্য পৃষ্ঠা এটা [[ব্ল’গ]] নহয় ।নহয়। তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন '''আপোনাৰ নহয়''' । ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত ।উচিত। সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা সহায়]] চাওক ।চাওক।
 
=== {{anchor|Complete|Cross|DIR|DIRECTORY|Directories|Genealogical|Sales}} ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয় ===
{{policy shortcut|WP:NOPRICES|WP:NOTCATALOG|WP:NOTCV|WP:NOTDIR|WP:NOTDIRECTORY|WP:NOTTVGUIDE|WP:NOTRADIOGUIDE|WP:NOTYELLOW|WP:NOTEVERYTHING}}
 
ৱিকিপিডিয়া সকলো অস্বিত্ব থকা বস্তুৰে ডিৰেক্টৰি বা নিৰ্দেশিকা নহয় । নহয়।<ref>এই বিধি আভ্যন্তৰীন সংগঠনৰ কামত ব্যৱহাৰ হোৱা বা উল্লেখযোগ্য বিষয় বৰ্ণনা কৰা ৱিকিপিডিয়াৰ প্ৰবন্ধত থকা সংযোগৰ তালিকাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় </ref> । ৱিকিপিডিয়াৰ প্ৰৱন্ধপ্ৰবন্ধ তলত দিয়াৰ দৰে নহয় :
 
# '''মিল নথকা বিষয়ৰ তালিকা বা ভঁৰাল''' যেনে উক্তি, বা ব্যক্তি (সঁচা বা কাল্পনিক)আদি। আপুনি উক্তিসমূহ অন্তৰ্ভুক্ত কৰিব বিচাৰিলে সেয়া আমাৰ ভগ্নী প্ৰকল্প [[ৱিকিউক্তি]]ত কৰক ।কৰক। তালিকাৰ ভুক্তি বিখ্যাত হ'লে বা বিষয়ৰ লগত সম্বন্ধ থাকিলে [[ৱিকিপিডিয়া:LIST|তালিকা]] দিয়াত বাধা নাই ।নাই। ক্ষিপ্ৰ প্ৰসংগৰ বাবে ৱিকিপিডিয়াত প্ৰসংগ তালিকা বা সাৰণীও অন্তৰ্ভুক্ত কৰিব পাৰি ।পাৰি।
# '''বংশানুক্ৰমিক ভুক্তি''' জীৱনী প্ৰবন্ধ কেৱল বিখ্যাত, কুখ্যাত, বা কোনো সফল ব্যক্তিৰ বিষয়েহে হোৱা উচিত। ইয়াৰ বাবে তেওঁৰ নাম বহু বাহ্যিক উত্‍সত আছে নেকি চালেই গম পোৱা যায় | কম জনাজাত ব্যক্তিৰ বিষয়ে আন প্ৰবন্ধৰ মাজতে উল্লেখ কৰিব পাৰি। প্ৰস্তাৱিত জীৱনী অভিধান প্ৰকল্পৰ বাবে [[m:Wikipeople]] চাওক।
# '''[[টেলিফোন ডিৰেক্টৰি]] বা [[য়েল্ল' পেজেজ]] ।''' ফোন নাম্বাৰ, ফেক্স নাম্বাৰ আৰু ই-মেইল ঠিকনাৰ দৰে যোগাযোগৰ তথ্য বিশ্বকোষত থাকিব নালাগে ।নালাগে।
# '''[[ডিৰেক্টৰি (তথ্যকোষ)|ডিৰেক্টৰি]], ডিৰেক্টৰি ভুক্তি, [[ইলেক্ট্ৰনিক প্ৰ'গ্ৰেম নিৰ্দেশিকা]],''' বা '''ব্যৱসায়ৰ সমল'''। উদাহৰণস্বৰূপে, ৰেডিঅ' ষ্টেচনৰ ওপৰত লিখা প্ৰবন্ধত প্ৰচাৰ হ'বলগীয়া কাৰ্যসূচী, বিজ্ঞাপন আদিৰ বিষয়ে থাকিব নালাগে, মাত্ৰ গুৰুত্বপূৰ্ণ ঘটনা বা ঐতিহাসিক কাৰ্যসূচীৰ উল্লেখ কৰিলেই হ'ল ।ল। তেনেধৰণে ব্যৱসায় সম্বন্ধীয় পৃষ্ঠাত প্ৰতিষ্ঠানটোৰ সকলো পেটেণ্টৰ তালিকা থাকিব নালাগে । নালাগে।
# '''বিক্ৰী তালিকা।''' [[ৱিকিপিডিয়া:বিশ্বাসযোগ্য উত্স |উত্সৰ উল্লেখ]] ''আৰু'' বৈধ কাৰণ নাথাকিলে সামগ্ৰীৰ দাম লিখিব নালাগে ।নালাগে। আন সামগ্ৰীৰ লগত বা বিভিন্ন বিক্ৰেতাৰ মাজত দামৰ পাৰ্থক্য চাবলৈ ৱিকিপিডিয়া কোনো [[মূল্য তুলনা সেৱা]] নহয় ।নহয়।
# '''সালসলনি সূচী বা মুক্তি টোকা''' কোনো সামগ্ৰীৰ বিষয়ে এটা প্ৰবন্ধত ইয়াৰ বিকাশৰ ইতিহাস আৰু প্ৰধান উন্নীতকৰণৰ তথ্য থাকিব লাগে ।লাগে। কিন্তু প্ৰতিটো মুক্তি বা নৱীকৰণৰ উল্লেখ এৰাই চলক ।চলক।
# {{anchor|Non-encyclopedic cross-categorizations}}'''অনা-বিশ্বকোষীয় শ্ৰেণীকৰণ,''' যেনে "X প্ৰতিষ্ঠানে মৰকল কৰা Y ধৰ্মীয়/সাংস্কৃতিক গোটৰ মানুহ"মানুহ। " সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ পৰিঘটনা নোহোৱালৈকে এনে ধৰণৰ প্ৰস্থ-শ্ৰেণীক নতুন প্ৰবন্ধ সৃষ্টিৰ বাবে উল্লেখযোগ্য বুলি গণ্য কৰা নহয় ।নহয়। অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:অতি-শ্ৰেণীকৰণ]] চাওক ।চাওক।
# '''সকলো সম্ভাব্য তথ্যৰ বিশদ বিৱৰণ ।বিৱৰণ।''' প্ৰবন্ধ এটা ইয়াৰ বিষয়বস্তুৰ ওপৰত গ্ৰহণীয় জ্ঞানৰ সাৰাংশ হোৱা উচিত <ref> [[ৱিকিপিডিয়া:Requests for arbitration/Rex071404]] চাওক</ref>।
 
=== {{anchor|GUIDE|HOWTO|INTERNET|JARGON|NOTCASE|NOTHOWTO|NOT#JARGON|notjarg|NOTMANUAL}} ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয় ===
{{policy shortcut|WP:GAMEGUIDE|WP:NOTCASE|WP:NOTGUIDE|WP:NOTHOW|WP:NOTHOWTO|WP:NOT#JARGON|WP:NOTMANUAL|WP:NOT PAPERS|WP:NOTRECIPE|WP:NOTTEXTBOOK|WP:NOTTRAVEL|WP:NOT#FAQ}}
 
ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, কোনো পৰামৰ্শ হাতপুথি, পথনিৰ্দেশিকা পুথি বা পাঠ্যপুথি নহয় ।নহয়। ৱিকিপিডিয়াৰ প্ৰৱন্ধপ্ৰবন্ধ তলত দিয়া বিষয়বোৰৰ দৰে হ'ব নালাগে:
 
# '''নিৰ্দেশ পুথি।''' যদিও ৱিকিপিডিয়াত ব্যক্তি, ঠাই আৰু আন আন বস্তুৰ বিৱৰণ আছে, এটা [[ৱিকিপিডিয়া:প্ৰৱন্ধপ্ৰবন্ধ কি|প্ৰৱন্ধপ্ৰবন্ধ]] "কেনেকৈ কৰিব" তথ্য সম্বলিত ব্যৱহাৰকাৰীৰ হাতপুথি, উপদেশ স্তম্ভ ([[ৱিকিপিডিয়া:আইনী দায়লুপ্তি|আইনী]], [[ৱিকিপিডিয়া:চিকিৎসা দায়লুপ্তি|চিকিৎসা সংক্ৰান্তীয়সংক্ৰান্তিয়]] আৰু অন্যান্য) আৰু পৰামৰ্শ পেৰাৰ দৰে হ'ব নালাগে ।নালাগে। টিউটৰিয়েল, আদেশ পুথি, খেলৰ নিৰ্দেশিকা, ব্যঞ্জন প্ৰকৰণ আদিও ইয়াত অন্তৰ্ভুক্ত <ref>The how-to restriction does not apply to the [[ৱিকিপিডিয়া:Project namespace|project namespace]], where [[:Category:Wikipedia how-to|"how-to"s relevant to editing Wikipedia itself]] are appropriate, such as [[ৱিকিপিডিয়া:How to draw a diagram with Dia]]. Also, in the [[ৱিকিপিডিয়া:মূল নামস্থান|মূল নামস্থান]], describing to the reader how other people or things use something is encyclopedic; instructing the reader in the [[imperative mood]] about how to use something is not.</ref>। যদি আপুনি "কেনেকৈ কৰিব" জাতীয় হাতপুথিৰ প্ৰতি আগ্ৰহী, তেন্তে আপুনি [[ৱিকিহাউ]], [http://how-to.wikia.com/wiki/How_To How to Wiki] বা আমাৰ ভগ্নী প্ৰকল্প [[ৱিকিগ্ৰন্থ]] চাব পাৰে ।পাৰে।
# '''ভ্ৰমণ সহায়িকা।''' আপুনি [[গুৱাহাটী]]ৰ বিষয়ে কোনো প্ৰবন্ধ লিখোঁতে [[কামাখ্যা]] মন্দিৰৰ কথা উল্লেখ কৰিব পাৰিব৷পাৰিব। কিন্তু [[কামাখ্যা]] মন্দিৰলৈ কেনেকৈ যাব পাৰিব, গুৱাহাটীৰ কোন হোটেলত থাকিলে সুবিধা হ'ব, বা সেই স্থানৰ ফোন নম্বৰ আদি তথ্য ইয়াত উল্লেখ কৰাটো উচিত নহয়৷নহয়। এইবোৰ বিশ্বকোষীয় নিবন্ধৰ বাবে উপযুক্ত তথ্য নহয়৷নহয়। ৱিকিপিডিয়াৰ প্ৰবন্ধত হোটেল, বাছসেৱা বা পৰ্যটনৰ বাবে আকৰ্ষণীয় ৰেষ্টেৰেণ্ট আদিৰ বৰ্ণনা দিয়াটো উচিত নহয়৷নহয়। আপুনি এনে ধৰণৰ বৰ্ণনা [http://travel.wikia.com/wiki/Wikia_Travel ৱিকি ভ্ৰমণ]]ত দিব পাৰে৷পাৰে।
# '''ভিডিঅ' গেম হাতপুথি ।হাতপুথি।''' [[কম্পিউটাৰ গেইম]] বা [[ভিডিঅ' গেইম]]ৰ বিষয়ে লিখা কোনো প্ৰবন্ধত খেলবিধৰ বিষয়ে বৰ্ণনা কৰাটোহে মূল উদ্দেশ্য হ'ব লাগে৷লাগে। কেনেকৈ খেলবিধত জিকিব পাৰি সেই কথা উল্লেখ কৰাটো বিশ্বকোষীয় প্ৰবন্ধৰ ভিতৰত নপৰে৷নপৰে।
# '''ইণ্টাৰনেটৰ হাতপুথি ।হাতপুথি।''' কোনো ৱেবচাইটৰ বিষয়ে লিখা প্ৰবন্ধত ৱেবচাইটটোৰ প্ৰকৃতি, দেখিবলৈ কেনে, কেনে ধৰণৰ সেৱা প্ৰদান কৰে তাৰ বৰ্ণনা দিয়াটো উচিত নহয়৷নহয়। বিশ্বকোষৰ বৰ্ণনা বিশ্বকোষৰ নীতি মতেই দিব লাগিব৷লাগিব। ইয়াত মাথোমাথোঁ ৱেবচাইটটোৰ ইতিহাস, নিৰ্মাণৰ আঁৰৰ কথা, আদি উল্লেখ কৰা উচিত৷উচিত। উদাহৰণৰ কাৰণে [[শেহতীয়া ইভেণ্ট প্ৰ'ট'ল]] চাওক৷চাওক।
# '''প্ৰশ্নোত্তৰ।''' ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ [[প্ৰশ্নোত্তৰ|সঘনাই উঠা প্ৰশ্ন]] (FAQs)-ৰ ভিতৰত সূচীভুক্ত কৰিব নোৱাৰি৷নোৱাৰি। ইয়াক সঠিক সজ্জাত তথ্যসমৃদ্ধভাৱেহে লিখা হয়৷হয়।
# '''পাঠ্যপুথি বা টীকাযুক্ত পাঠ।''' ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, পাঠ্যপুথি নহয় ।নহয়। ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে তথ্যৰ উপস্থাপন কৰা, বিষয়বস্তুৰ শিক্ষা নহয় ।নহয়। প্ৰশ্নোত্তৰ আৰু সমস্যা সমাধানৰ উদাহৰণ থকা পাঠ্যপুথিৰ নিচিনা প্ৰবন্ধ সৃষ্টি কৰা উচিত নহয় ।নহয়। সেয়া আমাৰ ভগ্নী প্ৰকল্প [[ৱিকিগ্ৰন্থ]], [[ৱিকিউৎস]] বা [[ৱিকিভাৰ্চিটি]]তহে থাকিব লাগে । লাগে।
# '''বৈজ্ঞানিক আলোচনী বা গৱেষণা পত্ৰ।''' পঢ়ুৱৈজন বিষয়বস্তু সম্পৰ্কে ভালদৰে জ্ঞাত বুলি ভাবি প্ৰবন্ধ প্ৰস্তুত কৰা উচিত নহয় ।নহয়। প্ৰবন্ধৰ আৰম্ভণিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ-সৰল ভাষাত লিখা উচিত আৰু তাৰ পিছত বিতং বিৱৰণৰ ফালে অগ্ৰসৰ হোৱা উচিত ।উচিত। উচ্চস্তৰৰ পৰিভাষা আৰু তথ্য [[ৱিকিপিডিয়া:LINK|ৱিকিসংযোগ]] হিছপে দিব লাগে । লাগে।
# '''বিদ্যায়তনিক ভাষা ।ভাষা।''' পাঠসমূহ সাধাৰণ পঢ়ুৱৈৰ বাবে লিখা উচিত, উচ্চ শিক্ষিতৰ বাবে নহয় ।নহয়। প্ৰবন্ধৰ শিৰোনামাশিৰোনাম যিমান পাৰি বিদ্যায়তনিক পৰিভাষা পৰিহাৰ কৰি [[ৱিকিপিডিয়া:নামাকৰণনামকৰণ ৰীতি (সাধাৰণ নাম)|সাধাৰণ ব্যৱহাৰ]] অনুসৰি হোৱা উচিত ।উচিত।
# '''পৰিঘটনা/বিষয় অধ্যয়ন (case study)।''' অনেক ক্ষেত্ৰত বিভিন্ন কাৰক বা অন্য বিষয়ৰ লগত বিষয়বস্তূৰবিষয়বস্তুৰ সম্পৰ্ক দৰ্শাই প্ৰবন্ধ লিখা দেখা যায়। প্ৰসংগ অনুসৰি অনেক ক্ষেত্ৰত ই উপযোগী হ'ব পাৰে, যেনে "[[:en:Slate industry in Wales]]" আৰু "[[:en:Island Fox]]", কিন্তু '''"অসমৰ ৰয়েল বেংগল টাইগাৰ"''' বা '''"যোৰহাটৰ বিহু"''' -ৰ বিষয়ে প্ৰবন্ধ প্ৰাসংগিক নহবও পাৰে। তদুপৰি এনে প্ৰবন্ধ [[ৱিকিপিডিয়া:POVFORK|POV fork]] বা [[ৱিকিপিডিয়া:OR|মৌলিক গৱেষণা]] হোৱাৰহে সম্ভাবনা অধিক আৰু ৱিকিপিডিয়াৰ উপযুক্ত হ'ব নোৱাৰে।
 
 
<!--
 
# '''Case studies.''' Many topics are based on the relationship of ''factor X'' to ''factor Y'', resulting in one or more full articles. For example, this could refer to ''situation X'' in ''location Y'', or ''version X'' of ''item Y''. This is perfectly acceptable when the two variables put together represent some culturally significant phenomenon or some otherwise notable interest. Often, separate articles are needed for a subject within a range of different countries, due to substantial differences across international borders; articles such as "[[Slate industry in Wales]]" and "[[Island Fox]]" are fitting examples. Writing about "'''Oak trees in North Carolina'''" or a "'''Blue truck'''", however, would likely constitute a [[WP:POVFORK|POV fork]] or [[WP:OR|মৌলিক গৱেষণা]], and would certainly not result in an encyclopedic article.
{{policy shortcut|WP:BALL|WP:CBALL|WP:CRYSTAL|WP:FUTURE|WP:NOTCRYSTAL|WP:NOTCRYSTALBALL|WP:SPECULATION}}
 
ৱিকিপিডিয়া [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|অপ্ৰমাণিত]] তথ্য বা ভৱিষ্যতবাণীৰ সংকলন নহয়। ভৱিষ্যতে ঘটিব বুলি ভবা সকলো ঘটনা সম্বলিত প্ৰবন্ধবোৰৰ তথ্যসমূহ পৰীক্ষাযোগ্য হ'ব লাগিব। বিষয়টোও বৃহৎসংখ্যক পাঠকৰ বাবে আকৰ্ষণীয় হ'ব লাগিব। ই এনে হোৱা উচিৎ যাতে ভৱিষ্যতবাণী কৰা ঘটনাটো/বিলাক ঘটিলে ই প্ৰাসংগিক হয়। কোনো প্ৰস্তাব, আঁচনী আদি ভৱিষ্যতে সফল বা অসফল হ'লে কি হ'ব সেই সম্পৰ্কীয় আলোচনাৰ উল্লেখ উপযোগী হ'ব পাৰে যদিহে এনে আলোচনা প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত হয়। সংকলকে [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|নিজা মতামত আৰু বিশ্লেষণ]] প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে। ভৱিষ্যৎবাণী, পূৰ্বানুমান বা ধাৰণা (theory) উপযুক্ত মান্য উৎসৰ পৰা দিব পৰা যায়, কিন্তু সংকলকে কোনো বিশেষ দৃষ্টিভংগীৰ প্ৰতি পাঠকৰ মনত [[ৱিকিপিডিয়া:UNDUE|অনুচিত পূৰ্বধাৰণা (bias)]] যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ভৱিষ্য-প্ৰসংগ সম্পৰ্কীয় প্ৰবন্ধসমূহ(forward looking articles) যেনে অ-উন্মোচিত পণ্য যেনে চিনেমা বা ক্ৰীড়ানুষ্ঠান আদিৰ ক্ষেত্ৰত [[ৱিকিপিডিয়া:Spam|স্পাম বা ব্যৱসায়ীকব্যৱসায়িক প্ৰচাৰ]] বা অপ্ৰামাণিক দাবী (চিনেমাৰ ক্ষেত্ৰত [[ৱিকিপিডিয়া:NFF]] চাওক) এৰাই চলা উচিত। বিশেষকৈ:
 
 
Wikipedia is not a collection of [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|অপ্ৰমাণিত]] speculation. All articles about anticipated events must be verifiable, and the subject matter must be of sufficiently wide interest that it would merit an article if the event had already occurred. It ''is'' appropriate to report discussion and arguments about the prospects for success of future proposals and projects or whether some development will occur, if discussion is properly referenced. It is ''not'' appropriate for editors to insert [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|নিজা মতামত আৰু বিশ্লেষণ]]. Predictions, speculation, forecasts and theories stated by reliable, expert sources or recognized entities in a field may be included, though editors should be aware of creating [[WP:UNDUE|undue bias]] to any specific point-of-view. In forward-looking articles about unreleased products, such as films and games, take special care to avoid [[Wikipedia:Spam|advertising]] and unverified claims (for films, see [[WP:NFF]]). In particular:
-->
# ব্যক্তিগত '''ভৱিষ্যতে হ'বলগীয়া অনুস্থানঅনুষ্ঠান'''বোৰ উল্লেখনীয় আৰু প্ৰায় থিৰাং হ'লেহে সংকলিত কৰা উচিত। সংশ্লিষ্ট তাৰিখবিলাক অনুস্থানটোঅনুষ্ঠানটো প্ৰকৃততে সংঘটন নোহোৱালৈকে '''অনিশ্চিত।''' এনেধৰণৰ ঘটনাৰ পূৰ্বানুমান আদি দিলেও উপযুক্ত প্ৰসংগ সূত্ৰ আদি উল্লেখ কৰা বাঞ্চনীয়।বাঞ্ছনীয়। এনে প্ৰবন্ধৰ উদাহৰণ হিচাবে [[:en:United States presidential election, 2012|2012 U.S. presidential election]], [[:en:2020 Summer Olympics|2020 Summer Olympics]] আদি লক্ষণীয়। ইয়াৰ বিপৰীতে [[:en:United States presidential election, 2020|2020 U.S. presidential election]], [[:en:2036 Summer Olympics|2036 Summer Olympics]] আদি তেনে প্ৰবন্ধ নহবও পাৰে যদিহে ইয়াত উল্লিখিত ঘটনাসমূহৰ বিষয়ে থিৰাংকৈ ক'ব পৰা নাযায়।
 
 
<!--
# Individual '''scheduled or expected future events''' should only be included if the event is notable and almost certain to take place. Dates are '''not definite''' until the event actually takes place. If preparation for the event is not already in progress, speculation about it must be well documented. Examples of appropriate topics include the [[United States presidential election, 2012|2012 U.S. presidential election]] and [[2020 Summer Olympics]]. By comparison, the [[United States presidential election, 2020|2020 U.S. presidential election]] and [[2036 Summer Olympics]] are not appropriate article topics if nothing can be said about them that is verifiable and not original research. Avoid predicted sports team line-ups, which are inherently unverifiable and speculative. A schedule of future events may be appropriate if it can be verified. As an exception, even highly speculative articles about events that may or may not occur far in the future might be appropriate, where coverage in reliable sources is sufficient. For example, [[ultimate fate of the universe]] is an acceptable topic.
-->
 
# '''সাৰাংশ-কেৱল কামৰ বিৱৰণ।''' কাল্পনিক বিষয়কো ৱিকিপিডিয়াত গ্ৰহণযোগ্যতা, উল্লেখযোগ্যতা আদি তথ্যসহিতে বিশ্বকোষীয় শৈলীৰে লিখা হয়। তেনেদৰে তথ্যচিত্ৰকে ধৰি অকাল্পনিক কৰ্ম, গৱেষণা পত্ৰ আৰু পুথি, ধাৰ্মিক পুথিৰ আদিত বিষয়ে প্ৰবন্ধত কেৱল সাৰাংশ থকা উচিত নহয়।
# '''গীতৰ কথাৰ ভঁৰাল।''' কপিৰাইট থকা গীতৰ কথাৰ ব্যৱহাৰ নূন্যতমন্যূনতম হ'ব লাগে (উৰ্ধকমাৰ ব্যৱহাৰ আদৰণীয়) আৰু প্ৰবন্ধৰ বিষয়ৰ লগত ইয়াৰ প্ৰত্যক্ষ সামজঞ্জ্য থাকিব লাগে। প্ৰবন্ধ এটা কেৱল ৰাজহুৱা ড'মেইনত থকা গীতৰ কথাৰেই সৃষ্ট হ'ব নালাগে (তাৰ বাবে [[ৱিকিউৎস]] আছেই), কিন্তু লগতে গীতিকাৰৰ তথ্য, মুক্তিৰ তাৰিখ, সামাজিক প্ৰভাৱ আদি কথা থাকিব লাগে। কপিৰাইটবিহীন গীতৰ উক্তিও প্ৰবন্ধটোৰ প্ৰয়োজনতকৈ দীঘল হ'ব নালাগে। ইয়াক আলোচনা বা শৈলীৰ বৰ্ণনাৰ বাবেহে ব্যৱহাৰ কৰা উচিত। সম্পূৰ্ণ গীতৰ কথা ৱিকিউৎসত অন্তৰ্ভুক্ত কৰি প্ৰবন্ধটোৰ পৰা সংযোগ দিয়া উচিত। ''বিতৰণ কৰিবলৈ কোনো ৱেবছাইটৰ অধিকাৰ নাথাকিলে কপিৰাইট থকা গীতৰ কথাৰ বাবে সেই ৱেবছাইটলৈ লিংক নিদিব। ''
# '''পৰিসংখ্যাৰ অত্যাধিকঅত্যধিক তালিকা।''' দীঘল আৰু প্ৰয়োজনকৈ বেছি পৰিসংখ্যাৰ তালিকাই পঢ়ুৱৈক বিবুধিত পেলাব পাৰে আৰু প্ৰবন্ধৰ পঠনযোগ্যতা হ্ৰাস কৰে। তাৰ উপৰি প্ৰবন্ধত সাধাৰণ পঢ়ুৱৈৰ বাবে পৰিসংখ্যাৰ লগত বৰ্ণামূলক পাঠ্যও থাকিব লাগে। পৰিসংখ্যা এৰাব নোৱৰা হ'লে তথ্যৰ দীঘল তালিকাৰ পঠনযোগ্যতা বৃদ্ধিৰ বাবে টেবল্‌ ব্যৱহাৰ কৰা উচিত।
 
=== {{anchor|CENSOR|CENSORED}}ৱিকিপিডিয়া চেন্সৰকৃত নহয় ===
{{seealso|Wikipedia:Profanity|Wikipedia:Sexual content|Wikipedia:No disclaimers in articles|Wikipedia:Preserve|l4=Editing policy: Preserve information|Wikipedia:Options to not see an image|Wikipedia:Wikipedia is comprehensive}}
 
ৱিকিপিডিয়াত থকা কিছুমান সমল কিছুসংখ্যক পঢ়ুৱৈৰ বাবে আপত্তিজনক হ'ব পাৰে ([[ৱিকিপিডিয়া:Content disclaimer]] চাওক)। আটাইবোৰ প্ৰবন্ধ আৰু ছবি সকলো পঢ়ুৱৈৰ বাবে গ্ৰহণযোগ্য হ'ব বুলি ৱিকিপিডিয়াই নিশ্চয়তা দিব নোৱাৰে।
 
যিকোনো লোকেই সম্পাদনা কৰিব পাৰে বাবে আৰু সালসলনিবোৰ লগে লগেই মুকলি হোৱা বাবে কিছুমান আপত্তিজনক কথা আঁতৰোৱাৰ আগতেই দৃশ্যমান হ'ব পাৰে।
আনহাতে কিছুমান প্ৰবন্ধত থকা পাঠ্য, ছবি বা লিংক কোনো লোকৰ বাবে আপত্তিজনক হ'লেও সেইবোৰ প্ৰবন্ধটোৰ বিষয়বস্তুৰ বাবে প্ৰাসংগিক হ'ব পাৰে। সম্ভাব্য আপত্তিজনক সমলৰ আলোচনাত এই প্ৰাসংগিকতাই স্থান পাব লাগে। কেৱল "আপত্তিজনক" হোৱাটোৱেই সমল আঁতৰ কৰা বাবে উপযুক্ত যুক্তি নহয়।
 
কোনো সংগঠনৰ আভ্যন্তৰীণঅভ্যন্তৰীণ নিয়মাৱলীয়ে কোনো তথ্য মুকলি কৰাত বাধা দিলেও ৱিকিপিডিয়াই তেনে নকৰে। কোনো সংস্থা, গোট বা ধৰ্মৰ সদস্যৰ বাবে কোনো নাম বা ছবি দেখুওৱাত মানা থাকিলেও সেই নিয়ম ৱিকিপিডিয়াত নাখাটে কাৰণ ৱিকিপিডিয়া সেই সংস্থাৰ সদস্য নহয়।
 
== {{anchor|COMM|COMMUNITY}}ৱিকিপিডিয়া সম্প্ৰদায় ==
{{policy shortcut|WP:BADIDEA|WP:NOTSTUPID}}
 
ৱিকিপিডিয়া কিছুমান ভয়ানক চিন্তাৰ তালিকা নহয়। আমাৰ কাৰোবাৰ বেয়া চিন্তা আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ ! এই পৃষ্ঠাৰ প্ৰায় সকলোবোৰ কথা থকাৰ কাৰণ হ'ল কোনোবাই আগতে পূৰ্বানুমান নকৰা কিছু নতুন চিন্তা কৰিছে ! সাধাৰণভাৱে ক'বলৈ গ'লে "সেইটো বেয়া চিন্তা" বুলি ভাবিলে তেনে কাম নকৰাই শ্ৰেয় যদিহে চিন্তাটো বেয়া বুলি সবল যুক্তি থাকে।
 
== আপুনি যদি বিবুধিত পৰিছে ==
এটা প্ৰবন্ধত কি থাকিব বা নাথাকিব লাগে তাক লৈ যদি চিন্তাত পৰিছে, তেন্তে নিজকে প্ৰশ্ন কৰক যে এজন সাধাৰণ পঢ়ুৱৈয়ে '''''এখন বিশ্বকোষত''''' সেই শিৰোনামাৰেশিৰোনামৰে কি বিচাৰিব। [[ৱিকিপিডিয়া:বিলোপনযোগী প্ৰবন্ধ/সাধাৰণ ফলাফল]] আনুষ্ঠানিক নীতি নহয়, কিন্তু অতীতত কি ধৰণৰ প্ৰবন্ধ বিশ্বকোষৰ উপযোগী বুলি বিবেচিত হৈছে বা নাইহোৱা সেইটো ঠিৰাংথিৰাং কৰাত সহায় কৰিব।
 
আপুনি যদি ওপৰত দিয়া কোনো নিয়ম উলঙ্ঘা কৰা হৈছে বুলি ভাবিছে, তেন্তে:
 
== বৰ্হিসংযোগ ==
; ভগ্নী প্ৰকল্পসমূহৰ একেধৰণৰ আনুষ্ঠানিক নীতি:
* [[b:Wikibooks:What is Wikibooks|Wikibooks:What is Wikibooks]]
* [[commons:Commons:What Commons is not|Wikimedia Commons: What Commons is not]]
25,725

টা সম্পাদনা