১৬ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
==ঘটনাৱলী==
* ৬৩২ খ্ৰীষ্টপূৰ্ব - জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হয়। উল্লেখ্য যে ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলণ্ডাৰৰ প্ৰচলন বহুল ভাৱে হয়।
* ১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
* ১৯৬৩ - বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
* ১৯৯১ - যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
"https://as.wikipedia.org/wiki/১৬_জুন"ৰ পৰা অনা হৈছে