ৱিকিপিডিয়া:সহায়িকা/স্মৰ্তব্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
16 নং শাৰী:
সকলো আনুসংগিক প্ৰকল্পৰ তালিকাৰ বাবে [[Meta:Complete list of Wikimedia projects|ৱিকিপিডিয়া প্ৰকল্পৰ সম্পূৰ্ণ তালিকা]] চাওক।
 
ৱিকিপিডিয়া কোনো "[[Wikipedia:No original research|মৌলিক গৱেষণা]]"ৰ স্থান নহয়। ৱিকিপিডিয়াত নিলিখিবলগীয়া অধিক কথাৰ বাবে [[Wikipedia:What Wikipedia is not|ৱিকিপিডিয়া কি নহয়]] আৰু [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)]] চাওক।
 
লিখকসকলে নিজৰ বিষয়ে বা নিজৰ সফলতাৰ বিষয়ে লিখা উচিত নহয় কাৰণ তেতিয়া [[:en:Wikipedia:Conflict of interest|আদৰ্শৰ বিবাদ]] হ'ব পাৰে। আপুনি যদি সঁচাকৈয়ে সফল ব্যক্তি, আন কোনোবাই দেৰিকৈ হ'লেও আপোনাৰ বিষয়ে লিখিব। অধিক তথ্যৰ বাবে [[:en:Wikipedia:Autobiography|ৱিকিপিডিয়া:আত্মজীৱনী]] চাওক।