ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

73 নং শাৰী:
 
পুৰাতত্ত্ব সংগ্ৰহত বহুতো সৰু জনপ্ৰিয় টেৰাকটা মূৰ্তি উদ্ধাৰ হৈছে। জীৱ-জন্তু আৰু মানুহৰ এই প্ৰতিমূৰ্তি সমূহৰ ভিতৰত সাধাৰণতে মহিলাৰ মূৰ্তি সমূহক দেৱতা বুলি ধাৰণা কৰা হয়। <ref>Harle, 39-42</ref>
 
=== খ্ৰীষ্টাপূৰ্ব দ্বিতীয় শতিকাৰ যক্ষৰ শিলাৰূপ ===
[[File:Mudgarpani Yaksha, Mathura, 100 BCE.jpg|thumb|<center>মুদ্গৰপাণি, যক্ষ<ref name="SRQF88">Dated 100 BCE in Fig.88 in {{cite book |last1=Quintanilla |first1=Sonya Rhie |title=History of Early Stone Sculpture at Mathura: Ca. 150 BCE - 100 CE |date=2007 |page=368, Fig. 88|publisher=BRILL |isbn=9789004155374 |url=https://books.google.com/books?id=X7Cb8IkZVSMC&pg=PA368 |language=en}}</ref> মথুৰা শিল্প, মথুৰা সংগ্ৰাহালয়</center>|left|292x292px]]
ভাৰতীয় ইতিহাসৰ প্ৰাৰম্ভিক কালছোৱাত যক্ষ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় বিষয় আছিল। এই সকলৰ ভিতৰত আছিল যক্ষৰ ৰজা কুবেৰ, মণিভদ্ৰ বা মুদ্গাৰপাণি আদি। <ref name="RD"/> এই যক্ষ সকল প্ৰাকৃতিক শক্তিৰ সৈতে জড়িত আছিল বুলি ভৱা হৈছিল। এই সকল সাধাৰণতে পৰোপকাৰী, বা কঠোৰ আছিল। পানী, উৰ্বৰতা, গছ, অৰণ্য, ধন আৰু বন্য জীৱনৰ সৈতে সম্পৰ্কিত<ref>{{cite book|last1=Singh|first1=Upinder|title=A History of Ancient and Early Medieval India|date=2008|publisher=Pearson Education|location=New Delhi|isbn=978-81-317-1120-0|page=430}}</ref><ref name=eb>{{cite web |url=https://www.britannica.com/topic/yaksha |title=yaksha |publisher=Encyclopædia Britannica |access-date=15 July 2007}}</ref>, আৰু উপাসনাৰ এক মুখ্য চৰিত্ৰ আছিল। <ref>{{cite book |last1=Sharma |first1=Ramesh Chandra |title=The Splendour of Mathurā Art and Museum |date=1994 |publisher=D.K. Printworld |isbn=978-81-246-0015-3 |page=76 |url=https://books.google.com/books?id=O-vVAAAAMAAJ |language=en}}</ref> ইয়াৰে বহু সংখ্যক পিছলৈ বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা হিন্দু ধৰ্মৰে জড়িত হৈ পৰে। <ref name="RD"/>
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত, যক্ষ সকল কাল্টিক ছবি অংকনৰ কেন্দ্ৰবিন্দু হৈ পৰে, সম্ভৱতঃ ইয়াকেই প্ৰথম ভাৰতীয় নৃতাত্ত্বিক সৃষ্টি বুলি ভৱা হয়। <ref name="JB112"/><ref name="RD"/> কিছুমান প্ৰাচীন যক্ষ মূৰ্তি যথেষ্ট ভাল অৱস্থাত উদ্ধাৰ হৈছে, আৰু ইয়াৰ শৈলী সমূহ বিভিন্ন মহলত প্ৰশংসিত হৈছে, এই শৈলী সমূহ মূলতঃ ভাৰতীয় বৈশিষ্ট্য যুক্ত। <ref name="JB112"/> এই যক্ষ সকল, দুই সশস্ত্ৰ আৰু ভয়ংকৰ চেহেৰা যুক্ত। <ref name="RD"/> যক্ষ সকলক প্ৰায়ে অস্ত্ৰ বা গুণ প্ৰকাশক ৰূপত দেখুওৱা হয়, যেনে যক্ষ মুদগৰপাণি, যি সোঁ হাতত মুদগৰ বা গদা ধৰে, আৰু বাওঁ হাতে এজন সৰু থিয় হৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰি থকা অৱস্থাত ভক্ত বা শিশু থাকে। <ref>Fig. 85 in {{cite book |last1=Quintanilla |first1=Sonya Rhie |title=History of Early Stone Sculpture at Mathura: Ca. 150 BCE - 100 CE |date=2007 |publisher=BRILL |isbn=9789004155374 |page=Fig.85, p.365 |url=https://books.google.com/books?id=X7Cb8IkZVSMC&pg=PA365 |language=en}}</ref><ref name="RD">{{cite book |last1=Dalal |first1=Roshen |title=The Religions of India: A Concise Guide to Nine Major Faiths |date=2010 |publisher=Penguin Books India |isbn=978-0-14-341517-6 |pages=397–398 |url=https://books.google.com/books?id=pNmfdAKFpkQC&pg=PA398 |language=en}}</ref> প্ৰায়ে কোৱা হয় যে বিশাল যক্ষ মূৰ্ত্তি বোৰৰ শৈলীয়ে ভাৰতত পৰৱৰ্তী ঐশ্বৰিক ছবি আৰু মানৱ চিত্ৰ সৃষ্টিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। <ref>"The folk art typifies an older plastic tradition in clay and wood which was now put in stone, as seen in the massive Yaksha statuary which are also of exceptional value as models of subsequent divine images and human figures." in {{cite book |last1=Agrawala |first1=Vasudeva Sharana |title=Indian Art: A history of Indian art from the earliest times up to the third century A. D |date=1965 |publisher=Prithivi Prakashan |page=84 |url=https://books.google.com/books?id=dfrpAAAAMAAJ |language=en}}</ref> যক্ষসকলৰ সমতুল্য মহিলা চৰিত্ৰ সমূহ আছিল যক্ষিনী, যি প্ৰায়ে গছ আৰু শিশুৰ সৈতে সম্পৰ্কিত আছিল, আৰু এইসকলৰ কামুক চিত্ৰ সমূহ ভাৰতীয় কলাত সৰ্বব্যাপী হৈ পৰিছিল।<ref name="RD"/>
 
কিছুমান হেলেনিষ্টিক প্ৰভাৱ, যেনে গাত মেৰিয়াই লোৱা চাঁদৰৰ জ্যামিতিক ভাঁজ বা মূৰ্তিবোৰৰ খোজ কঢ়াৰ স্থিতি আদিও এই নমুনা সমূহত বিদ্যমান। <ref name="JB112"/>জন বৰ্ডমেনৰ মতে, স্মাৰক প্ৰাৰম্ভিক যক্ষ মূৰ্তিৰ পোছাকৰ আৰ্হি হেম গ্ৰীক কলাৰ পৰা আহৰণ কৰা হৈছে।<ref name="JB112"/> এই মূৰ্তিবোৰৰ মাজৰে এটাৰ চাঁদৰৰ বৰ্ণনা কৰিজন বোৰ্ডমেনে লিখিছে:"ইয়াৰ কোনো স্থানীয় পূৰ্বসূৰী নাই আৰু আটাইতকৈ বেছি গ্ৰীক লেট আৰ্কিটেকচাৰৰ দৰে দেখাযায়", তেওঁ লগতে কয় যে "ই সম্ভৱতঃ ওচৰৰ বেক্ট্ৰিয়াৰ হেলেনিষ্টিক কলাৰ পৰা প্ৰভাৱিত হৈছে য'ত এই ডিজাই সমূহ পৰিলক্ষিত হয়। <ref name="JB112">{{cite book |last1=Boardman |first1=John |title=The Diffusion of Classical Art in Antiquity |date=1993 |publisher=Princeton University Press |isbn=0691036802 |page=112 |language=en}}</ref>
 
উত্তৰ ভাৰতৰ কেইবাটাও স্থানত পোৱা খোদিত বিশাল যক্ষ মূৰ্তি সমূহৰ পৰা মথুৰা যে এই সময়ছোৱাত শিল্পকলাৰ ক্ষেত্ৰত মানদণ্ড আৰু পৰিমাণগত দিশৰ পৰা আটাইতকৈ উন্নত আছিল, সেইকথা স্পষ্ট হয়।<ref>"With respect to large-scale iconic statuary carved in the round (...) the region of Mathura not only rivaled other areas but surpassed them in overall quality and quantity throughout the second and early first century BCE." in {{cite book |last1=Quintanilla |first1=Sonya Rhie |title=History of Early Stone Sculpture at Mathura: Ca. 150 BCE - 100 CE |date=2007 |publisher=BRILL |isbn=9789004155374 |page=24 |url=https://books.google.com/books?id=X7Cb8IkZVSMC&pg=PA24 |language=en}}</ref>
 
== তথ্যউৎস ==