কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
57 নং শাৰী:
===প্ৰকোষকেন্দ্ৰীয় কোষ===
[[File:Prokaryote cell.svg|thumb|300px|right|এটা আদৰ্শ প্ৰকোষকেন্দ্ৰীয় কোষ]]
যিবোৰ কোষত সুসংগঠিত [[কোষকেন্দ্ৰ]] নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে। যেনে-মাইকা'প্লাজমা,[[বেক্টেৰিয়া]] আদি। প্ৰকোষকেন্দ্ৰিয় কোষ বোৰ সাধাৰণতে সৰু হয় আৰু ইয়াৰ ক্ৰমজম এডাল হে থাকে । কোনো [[জীৱ]]দেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে [[জীৱ]]ক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে। গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো [[কোষকেন্দ্ৰ]] নাথাকে।