মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Added something new and spelling corrections
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
স্নেহা (আলোচনা)-ই কৰা 282621 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
19 নং শাৰী:
}}
 
'''মৰিগাঁও জিলা''' [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ ৩৩ খন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো [[মৰিগাঁও]]৷ পূৰ্বতে মৰিগাঁও [[নগাঁও জিলা]]ৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷ আগতে মৰিগাঁও খনক পশ্চিম নগাঁওঁ বুলি জনা হৈছিল কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হবলৈ ধৰিলে আৰু তাৰ পিছত এই গাওঁ খনৰ নাম মৰিগাঁও ৰখা হল। মৰিগাঁও খন এখন সুন্দৰ আৰু শান্তিদায়ক ঠাই, ইয়াৰ চাৰিওকাষৰ বাতাবৰণ অতি মোহনীয় ।{{cn}}
 
==ভূগোল==