১৬ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
==জন্ম==
* ১৭২৩ - [[অডাম স্মিথ]], স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
* ১৭৩৩ - ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী, [[অম্লজান]] ([[অক্সিজেন]]), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, [[কাৰ্বনেটেড পানী]] ([[চৌদা পানী]]) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক [[জোচেফ প্ৰিষ্টলি]] '[[ফিল্ড হেল্ড]]' চহৰত জন্মগ্ৰহণ কৰিছিল।
* ১৮৮৮ - আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰক্ষ্মাণ্ডব্ৰহ্মাণ্ড প্ৰসাৰণ তত্বৰতত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ [[আপেক্ষিকতাবাদ তত্ত্ব]]ৰ ব্য়াখ্য়াব্যাখ্যা আৰু প্ৰমাণ কৰোঁতাকৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
* ১৮৯০ - ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
* ১৯৫০ - [[মিথুন চক্ৰবৰ্তীচক্ৰৱৰ্তী]], ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
 
==মৃত্য়ু==
"https://as.wikipedia.org/wiki/১৬_জুন"ৰ পৰা অনা হৈছে