২০ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
 
== মৃত্যু ==
* ১৯৬৯ - [[বিষ্ণুপ্ৰসাদ ৰাভা|কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা]], একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।
* ১৯৮৭ - প্ৰাণী আৰু পখী বিশেষজ্ঞ [[ছেলিম আলি]]।
* ২০১৫ - [[মহানন্দ শৰ্মা]], অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। (জন্ম: [[১২ নবেম্বৰ]] ১৯৩৫)
 
== ছুটি আৰু অন্যান্য ==
"https://as.wikipedia.org/wiki/২০_জুন"ৰ পৰা অনা হৈছে