মাকুম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
79 নং শাৰী:
* গোপালকৃষ্ণ বালিকা বিদ্যালয়
* ৰে'লৱে বিদ্যালয়
* জাতীয় বিদ্যালয়
মহাবিদ্যালয়-
* মাকুম মহাবিদ্যালয়
Line 84 ⟶ 85:
 
বনৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (Forest's guards training school)
 
==চাইনা টাউন==
মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল। ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়। বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়। এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে '[[মাকাম]]' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে।<ref>{{cite news |url=http://www.telegraphindia.com/1100418/jsp/7days/story_12351075.jsp |newspaper=The Telegraph - Calcutta (Kolkata) |title= India’s shame|accessdate=2012-09-30}}</ref>
"https://as.wikipedia.org/wiki/মাকুম"ৰ পৰা অনা হৈছে