২৩ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৭৫৭ চনৰ আজিৰ দিনটোতে- পলাশী যুদ্ধত বিট্টিশবৃটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
* ১৯৬০ চনৰ আজিৰ দিনটোতে- জাপান আৰু আমেৰিকাৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
* ১৯৬৯ চনৰ আজিৰ দিনটোতে- ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়।
* ১৯৯১ চনৰ আজিৰ দিনটোতে- আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে।
* ১৯৯৬ চনৰ আজিৰ দিনটোতে- শ্বেইখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
* ২০০৩ চনৰ আজিৰ দিনটোতে- উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়।
* ২০০৮ চনৰ- আজিৰপ্ৰখ্য়াত দিনটোতে প্ৰসিদ্ধ বংগালৰবঙালী অভিনেত্ৰী সোমিত্ৰ চেটাৰ্জীক দাদা চাহেব ফাল্কে পুৰস্কাৰ বটাঁ দিয়াৰ কাৰণে চয়ননিৰ্বাচক সমিতিয়ে আহ্বান কৰে।
* ২০১৭ চনৰ আজিৰ দিনটোতে- মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চাউদীচৌদি আৰবৰআৰৱৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয়।
 
==জন্মজন==
* ১৯০৭ চনৰ- আজিৰ দিনটোতে ব্ৰিটিছবৃটিছ অৰ্থনীতিবিদ জেম্ছ মিডেৰ জন্ম হৈছিল।
* ১৯১২ চনৰ আজিৰ দিনটোতে- ইংৰাজ বৈজ্ঞানিক আৰু কম্পিউটাৰ বৈজ্ঞানিকবিজ্ঞানী এলেন টুয়ুৰিঙৰ জন্ম হয়।
* ১৯২৯ চনৰ আজিৰ দিনটোতে- আমেৰিকাৰ গায়িকা জুন কাৰ্টৰ জন্ম হৈছিল।
* ১৯৩৪ চনৰ আজিৰ দিনটোতে- গান্ধীবাদী বিছাৰক আৰু সামাজিক কৰ্মকৰ্তা চণ্ডী প্ৰসাদ ভট্টৰ জন্ম হৈছিল।
* ১৯৩৬ চনৰ- আজিৰভাৰতীয় দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফুটবলৰফুটবল খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হৈছিল।
* ১৯৫২ চনৰ আজিৰ দিনটোতে- অভিনেতা আৰু ৰাজনেতা ৰাজ বব্বৰৰ জন্ম হৈছিল।
 
== মৃত্যু ==
* ১৭৬১ চনৰ আজিৰ দিনটোতে- মহান মাৰাঠা পেছৱা বালাজী বাজীৰাওৰ মৃত্যু হয়।
* ১৮৩৪ চনৰ- আজিৰ দিনটোতে ব্ৰিট্টইনৰবৃটেইনৰ দাৰ্শনিক আৰু সাহিত্যকাৰসাহিত্যিক চেমুৱেল টাইলৰটেইলৰ কেলৰিজৰ মৃত্যু হয়।
* ১৯১৪ চনৰ আজিৰ দিনটোতে- ৰাজনেতা তথা সমাজ সুধাৰক গংগাপ্ৰসাদ বৰ্মাৰবাৰ্মাৰ মৃত্যু হয়।
* ১৯৫৩ চনত- ভাৰতীয়জনভাৰতীয় জন সঙ্ঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু।
* ১৯৭১ চনৰ আজিৰ দিনটোতে- ভাৰতৰ প্ৰসিদ্ধপ্ৰখ্য়াত স্বাধীনতা সংগ্ৰামী শ্ৰী প্ৰকাশৰ মৃত্যু হয়।
* ১৯৮০ চনৰ আজিৰ দিনটোতে- ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হয়।
* ১৯৯৫ চনৰ আজিৰ দিনটোত- পলিঅ' বেমাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰা জীৱ বিজ্ঞানী জোনাছ চক্ ৰ মৃ্ত্য়ুমৃ্ত্যু হৈছিল।
 
==দিৱস==
"https://as.wikipedia.org/wiki/২৩_জুন"ৰ পৰা অনা হৈছে