২৩ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
23 নং শাৰী:
* ১৮৩৪ - বৃটেইনৰ দাৰ্শনিক আৰু সাহিত্যিক চেমুৱেল টেইলৰ কেলৰিজৰ মৃত্যু হয়।
* ১৯১৪ - ৰাজনেতা তথা সমাজ সুধাৰক গংগাপ্ৰসাদ বাৰ্মাৰ মৃত্যু হয়।
* ১৯৫৩ - ভাৰতীয়জনভাৰতীয় জন সঙ্ঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু।
* ১৯৭১ - ভাৰতৰ প্ৰখ্য়াত স্বাধীনতা সংগ্ৰামী শ্ৰী প্ৰকাশৰ মৃত্যু হয়।
* ১৯৮০ - ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হয়।
* ১৯৯৫ - পলিঅ' বেমাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰা জীৱ বিজ্ঞানী জোনাছ চক্ ৰ মৃ্ত্যু হৈছিল।
* ২০০৩ - প্ৰখ্যাত আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক গৌৰীশংকৰ ভট্টাচাৰ্য।
 
==দিৱস==
"https://as.wikipedia.org/wiki/২৩_জুন"ৰ পৰা অনা হৈছে