সমাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{অনুবাদ}}
'''সমাজ''' ({{Lang-en|Society}}) বুলিলে মূলতঃ এনে এক প্ৰণালীক বুজায় য'ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি−নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। "সমাজ"ৰ ইংৰাজী "{{Lang|en|Society}}" শব্দটো দ্বাদশ শতিকাৰ ফ্ৰান্স[[ফৰাচী ভাষাৰভাষা]]ৰ শব্দ চ'চিয়েটচিয়েটে ({{Lang|en|société}})-ৰ (অৰ্থাৎ 'সংগ') পৰা আহৰণ কৰা হৈছে।<ref>{{cite web |title=Society |url=https://www.merriam-webster.com/dictionary/society#h2 |website=Merriam-webster dictionary |access-date=6 May 2021}}</ref> মানুহৰ ক্ষেত্ৰত, একাধিক ব্যক্তিয়ে লিখিত বা অলিখিত নিয়ম প্ৰস্তুত কৰি একত্ৰিত হৈ বসবাস কৰা অৱস্থাকে সমাজ বুলি কোৱা হয়। মানুহৰ বাহিৰেও, নিম্নমানৰ প্ৰাণীৰ ক্ষেত্ৰতো সমাজ বিদ্যমান, কিন্তু মানুহৰ দৰে সংগঠিত সমাজৰ কোনো উদাহৰণ নাই।
 
সমাজে কিছুমান কাৰ্য্যকাৰ্য বা কথা গ্ৰহণযোগ্য বা গ্ৰহণযোগ্য নহয়অগ্ৰহণযোগ্য বুলি গণ্য কৰি আচৰণ বিধি নিৰ্মাণ কৰে। কোনো এটা নিৰ্দিষ্ট সমাজৰ ভিতৰত এই আচৰণ বিধিবোৰক সামাজিক নিয়ম বুলি কোৱা হয়। সমাজ, আৰু তেওঁলোকৰইয়াৰ নিয়মবোৰ ক্ৰমান্বয়ে আৰু চিৰস্থায়ী পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হয়।
 
বহল অৰ্থত, আৰু বিশেষকৈ গাঁথনিবাদী চিন্তাধাৰাৰ ভিত্তিত, এখন সমাজক কেৱল ব্যক্তিৰ সমষ্টিৰ সলনি এক অৰ্থনৈতিক, সামাজিক, ঔদ্যোগিক বা সাংস্কৃতিক গোট হিচাপেও ভাগ কৰিব পাৰি।
 
যিদৰে সমাজৰ সদস্যসকলৰ মাজত সম্প্ৰীতি, সহযোগিতা, মমতা আছে; একেদৰে, ঘৃণা, লোভ, হিংসাৰো সৃষ্টি হ’ব পাৰি। সেয়েহে, সমাজৰ ভিতৰত শৃংখলা বজাই ৰখাৰ স্বাৰ্থত, বেছিভাগ ক্ষেত্ৰত, কিছুমান লিখিত বা অলিখিত নিয়ম থাকে, বেছিভাগ ক্ষেত্ৰত যাৰ উলংঘন অত্যন্ত অসন্মানজনক, আৰু সমাজৰ দৃষ্টিত শাস্তিৰ যোগ্য। এক সুন্দৰ আৰু নিৰপেক্ষ সামাজিক ব্যৱস্থাৰ বাবে সম্প্ৰীতি আৰু সহযোগিতা অপৰিহাৰ্য।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:সমাজ|*]]
"https://as.wikipedia.org/wiki/সমাজ"ৰ পৰা অনা হৈছে