২৩ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৭৫৭ - পলাশী[[পলাশীৰ যুদ্ধতযুদ্ধ]]ত বৃটিছব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
* ১৯৬০ - [[জাপান]] আৰু আমেৰিকাৰ[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
* ১৯৬৯ - ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়।
* ১৯৯১ - আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে।
* ১৯৯৬ - [[শ্বেইখশেখ হাছিনা]] বাংলাদেশৰ[[বাংলাদেশ]]ৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
* ২০০৩ - উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়।
* ২০০৮ - প্ৰখ্য়াতপ্ৰখ্যাত বঙালী অভিনেত্ৰী সোমিত্ৰ[[সৌমিত্ৰ চেটাৰ্জীকচেটাৰ্জী]]ক দাদা চাহেব[[দাদাচাহেব ফাল্কে পুৰস্কাৰ বটাঁবঁটা]] দিয়াৰ কাৰণে নিৰ্বাচক সমিতিয়ে আহ্বান কৰে।
* ২০১৭ - মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান [[চৌদি আৰৱৰআৰৱ]]ৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয়।
 
==জন==
* ১৯০৭ - বৃটিছব্ৰিটিছ অৰ্থনীতিবিদ জেম্ছ মিডেৰ জন্ম হৈছিল।
* ১৯১২ - ইংৰাজ কম্পিউটাৰ বিজ্ঞানী [[এলেনএলান টুয়ুৰিঙট্যুৰিং|এলান ট্যুৰিঙৰ]] জন্ম হয়।
* ১৯২৯ - আমেৰিকাৰ গায়িকা জুন কাৰ্টৰ জন্ম হৈছিল।
* ১৯৩৪ - গান্ধীবাদী বিছাৰক আৰু সামাজিক কৰ্মকৰ্তা [[চণ্ডী প্ৰসাদ ভট্ট]]ৰ জন্ম হৈছিল।
* ১৯৩৬ - ভাৰতীয় ফুটবল খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হৈছিল।
* ১৯৫২ - অভিনেতা আৰু ৰাজনেতা [[ৰাজ বব্বৰ]]ৰ জন্ম হৈছিল।
 
==মৃত্যু==
* ১৭৬১ - মহান মাৰাঠা পেছৱা বালাজী বাজীৰাওৰ মৃত্যু হয়।
* ১৮৩৪ - বৃটেইনৰ দাৰ্শনিক আৰু সাহিত্যিক চেমুৱেল টেইলৰ কেলৰিজৰ মৃত্যু হয়।
* ১৯১৪ - ৰাজনেতা তথা সমাজ সুধাৰক গংগাপ্ৰসাদ বাৰ্মাৰ মৃত্যু হয়।
* ১৯৫৩ - [[ভাৰতীয় জন সঙ্ঘৰসংঘ]]ৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু।
* ১৯৭১ - ভাৰতৰ প্ৰখ্য়াতপ্ৰখ্যাত স্বাধীনতা সংগ্ৰামী শ্ৰী প্ৰকাশৰ মৃত্যু হয়।
* ১৯৮০ - ভাৰতীয় নেতা তথা [[ইন্দিৰা গান্ধীৰগান্ধী]]ৰ সৰু পুত্ৰ [[সঞ্জয় গান্ধীৰগান্ধী]]ৰ মৃত্যু হয়।
* ১৯৯৫ - পলিঅ' বেমাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰা জীৱ বিজ্ঞানী জোনাছ চক্চক্‌ৰ ৰ মৃ্ত্যুমৃত্যু হৈছিল।
* ২০০৩ - প্ৰখ্যাত আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক [[গৌৰীশংকৰ ভট্টাচাৰ্য।ভট্টাচাৰ্য]]।
 
==দিৱস==
* আন্তৰ্জাতিক বিধৱা দিৱস।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/২৩_জুন"ৰ পৰা অনা হৈছে