সমাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
8 নং শাৰী:
যিদৰে সমাজৰ সদস্যসকলৰ মাজত সম্প্ৰীতি, সহযোগিতা, মমতা আছে; একেদৰে, ঘৃণা, লোভ, হিংসাৰো সৃষ্টি হ’ব পাৰি। সেয়েহে, সমাজৰ ভিতৰত শৃংখলা বজাই ৰখাৰ স্বাৰ্থত, বেছিভাগ ক্ষেত্ৰত, কিছুমান লিখিত বা অলিখিত নিয়ম থাকে, বেছিভাগ ক্ষেত্ৰত যাৰ উলংঘন অত্যন্ত অসন্মানজনক, আৰু সমাজৰ দৃষ্টিত শাস্তিৰ যোগ্য। এক সুন্দৰ আৰু নিৰপেক্ষ সামাজিক ব্যৱস্থাৰ বাবে সম্প্ৰীতি আৰু সহযোগিতা অপৰিহাৰ্য।
সমাজবিজ্ঞানী পিটাৰ এল বাৰ্জাৰৰ মতে সমাজ "... এক মানৱসৃষ্ট সামগ্ৰী, আৰু মানৱসৃষ্ট সামগ্ৰীৰ বাহিৰে আন একো নহয়, তথাপিও ই ইয়াৰ সৃষ্টিকৰ্তাসকলৰ বাবেই নিৰন্তৰ কাম কৰে।" তেওঁৰ মতে, সমাজখন মানুহে সৃষ্টি কৰিছিল, কিন্তু এই সৃষ্টি বিপৰীতমুখী হয় আৰু সমাজে প্ৰতিদিনে মানুহৰ সৃষ্টি বা নিৰ্মান কৰে।<ref>{{Cite book|title = The Scared Canopy: Elements of a Sociological Theory of Religion|last = Berger|first = Peter L.|publisher = Doubleday & Company, Inc.|year = 1967|location = Garden City, NYC|page = 3}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
|