"ভাষা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,157 বাইট বিলোপ কৰা হ’ল ,  11 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা iOS app edit
''[[চিত্ৰ:Females of northern Afghanistan.jpgj''' '''https://en.wikipedia.org/wiki/Cargo_ship''' '''https://en.wikipedia.org/wiki/Cargo_ship{{<ref>https://en.wikipedia.org/wiki/Cargo_ship</ref>}}|thumb|ভাষাৰে মানুহে মনৰ ভাৱ প্ৰকাশ কৰে]]
'' ''''
মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে '''ভাষা''' ({{Lang-en|Language}}) বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
[[File:LL-Q9610 (ben)-Titodutta-ভাষা স্মৃতিস্তম্ভ.wav | thumb | 220x124px | right]]
 
'ভাষা' শব্দটি [[সংস্কৃত]]ৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'<ref name="upendra">{{cite book|title=ভাষা-বিজ্ঞান|author=ড॰ উপেন্দ্ৰনাথ গোস্বামী|authorlink=উপেন্দ্ৰনাথ গোস্বামী|year=২০১৫|pages=১৩, ১৫}}</ref><ref name="upk">{{cite book|title=ভাষাবিজ্ঞান উপক্ৰমণিকা|author=ড॰ অপৰ্ণা কোঁৱৰ |year=২০১৫|pages=৩, ৭, ১১}}</ref> আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।<ref name="upk"/> মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।
 
==ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান ==
বেনামী ব্যৱহাৰকাৰী