ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা iOS app edit
Undid edits by 2A04:4A43:4DFF:4CA7:1815:BBAE:7532:FDDE (talk) to last version by Kuldhar Rabha
1 নং শাৰী:
''[[চিত্ৰ:Females of northern Afghanistan.j''' '''https://en.wikipedia.org/wiki/Cargo_ship''' '''https://en.wikipedia.org/wiki/Cargo_ship{{<ref>https://en.wikipedia.org/wiki/Cargo_ship</ref>}}jpg|thumb|ভাষাৰে মানুহে মনৰ ভাৱ প্ৰকাশ কৰে]]
মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে '''ভাষা''' ({{Lang-en|Language}}) বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
'' ''''
[[File:LL-Q9610 (ben)-Titodutta-ভাষা স্মৃতিস্তম্ভ.wav | thumb | 220x124px | right]]
 
'ভাষা' শব্দটি [[সংস্কৃত]]ৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'<ref name="upendra">{{cite book|title=ভাষা-বিজ্ঞান|author=ড॰ উপেন্দ্ৰনাথ গোস্বামী|authorlink=উপেন্দ্ৰনাথ গোস্বামী|year=২০১৫|pages=১৩, ১৫}}</ref><ref name="upk">{{cite book|title=ভাষাবিজ্ঞান উপক্ৰমণিকা|author=ড॰ অপৰ্ণা কোঁৱৰ |year=২০১৫|pages=৩, ৭, ১১}}</ref> আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।<ref name="upk"/> মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।
==ভাষাৰ সৃষ্টি আৰু {{<ref>
 
====== ======
</ref>}}==ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান ==
জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্তঃজগত আৰু বহিঃজগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। [[ধ্বনিতত্ত্ব]] আৰু [[ভাষাবিজ্ঞান]]ত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়।
 
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে