২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২৭ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩১ তম ([[অধিবৰ্ষ]]ত ৩৩২ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৱলী==
==ঘটনাৰাজী==
# শিল্পী [[বেণু মিশ্ৰ]]ৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৪১ চনৰ কবি [[ভবেন বৰুৱা]]ৰ জন্ম হৈছিল।
12 নং শাৰী:
# আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি [[হৰিবংশ ৰায় বচ্চন]]ৰ জন্ম হৈছিল।
# ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা [[সমৰ কলা]]বিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা [[ব্ৰুছ লী]]ৰ জন্ম হৈছিল।
 
==জন্ম==
 
==মৃত্যু==
* ২০০৮ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (জন্ম: [[২৫ জুন]], ১৯৩১)
 
==দিৱস==
 
== বাহ্যিক সংযোগ ==