2,157
টা সম্পাদনা
(→মৃত্যু) |
|||
'''২৭ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩১ তম ([[অধিবৰ্ষ]]ত ৩৩২ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাৱলী==
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
==জন্ম==
|
টা সম্পাদনা