২৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
==জন্ম==
* ১৮৩৮ - [[বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]], উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (মৃত্যু: [[৮ এপ্ৰিল]], ১৮৯৪)
* ১৮৮০ - [[হেলেন কেলাৰ]] এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
* ১৯১৫ - [[আইদেউ সন্দিকৈ]], অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
* ১৯৩৯ - [[ৰাহুলদেৱ বৰ্মন]], ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: [[৪ জানুৱাৰী]], ১৯৯৪)
* ১৯৬৪ - [[পি. টি. উষা]], ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
* ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
* ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
 
== মৃত্যু ==
"https://as.wikipedia.org/wiki/২৭_জুন"ৰ পৰা অনা হৈছে