লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
11 নং শাৰী:
== লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ ==
 
লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্ৰগ্ৰেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়ীক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্ৰস্তুত কেৰ। বিভিন্ন মাধ্যম যেনে ইন্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্রাইভড্ৰাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্ৰচেচিং, স্প্ৰেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও িবিভন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, ইমেইল, ৱেব আদি বিভিন্ন ইন্টাৰনেট চাৰ্ভাৰ প্ৰগ্ৰেমৰ উপযোগী হোৱাকৈও প্ৰস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্ৰয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়।
 
নিম্নলিখিত তালিকাত এনে কিছুমান ভা্ষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
 
* '''আৰ্কলীনাক্স(Archlinux)''': এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
* চেন্টঅ'এচ(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্রিয়জনপ্ৰিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
* ডেবীয়ান(Debian): ই “বিনামূলীয়া চফ্টৱেৰ নীতি”-ৰ সমৰ্থক স্বেচ্ছাসেৱক গোটৰ দ্বাৰা সৃষ্টি আৰু চোৱাচিতা কৰা লীনাক্সৰ এক জনপ্ৰীয় সংকলন।
* ফেড'ৰা(Fedora): ৰেডহেট সংকলনৰ ৰাজহুৱা ৰূপ (বিনামূল্য উপলব্ধ)
23 নং শাৰী:
* মেনড্ৰীভা(Mandriva): ৰেডহেটৰেই মূল ব্যৱহাৰ কৰি সৃষ্ট এই সংকলণটো ফ্ৰান্স আৰু ব্ৰাজিলত অত্যন্ত জনপ্ৰিয়।
* মণ্টাভিষ্টা চফ্টৱেৰ(MontaVista Software): লাইনাক্সৰ এক “লীনাক্স এম্বেডেড ডিভাইচ”-ত ব্যৱহাৰ কৰিব পৰা সংকলণ
* ৰেডহেট/ৰেডহেট এন্টাৰপ্রাইজএন্টাৰপ্ৰাইজ লীনাক্স(Red Hat): একে নামৰ কম্পেনীৰদ্বাৰা সৃষ্টি আৰু বিক্ৰয় কৰা জনপ্ৰিয় ব্যৱসায়ীক সংকলণ।
* শ্লেকওৱেৰ(Slackware): লীনাক্সৰ প্ৰথমৰ ফালৰ এক অন্যতম জনপ্ৰিয় সংকলণ।
* ইউবাণ্টু(Ubuntu) আৰু এডুবাণ্টু: ডেবিয়ানৰ পৰিবৰ্তিত ৰূপ। এডুবা্ন্টু-ক বিশেষভাবে শৈক্ষিক কাৰ্যত ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা হৈছে।
56 নং শাৰী:
* এক্স-ফ্ৰী-এইট-চিক্স (Xfree86): গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেচ বা জী-ইউ-আই (GUI). লীনাক্স-অৰ গ্ৰাফিকচ-ৰ পৰিৱেশক চফ্টৱেৰ।
* বেশ্ব শ্বেল (bash shell): লীনাক্সৰ অক্ষৰিক(text) কামান্ড ইন্টাৰপ্ৰিটাৰ (command interpreter)
* জী-ন'ম, কে-ডি-ই (Gnome, KDE): লীনাক্স-অৰ দুইপ্ৰকাৰ জনপ্ৰীয় উইন্ড' মেনেজাৰ – যি লীনাক্স-অৰ গ্রাফিকেলগ্ৰাফিকেল ডেস্কটপ পৰিবেশৰ সৃষ্টি কৰে। ই উইন্ড'জৰ ডেস্কটপৰ দৰেই * লীনাক্সতো সাধাৰণ ভোক্তাৰ কাৰণে সহজতে শিকিব আৰু কাম কৰিব পৰা পৰিবেশৰ সৃষ্টি কৰে।
* জী-এন-ইউ চী/চী++ (GNU C/C++) আৰু অন্যান্য প্ৰগ্ৰেমিঙৰ সাধনসমূহ: এইলানী চফ্টৱেৰৰ সহায়ত একে নামৰ প্ৰগ্ৰেমিং লেংগুৱেজত প্ৰগ্ৰেম তৈয়াৰ কৰিব পৰা হয়।
 
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে