ফেৰেংগাদাও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
1 নং শাৰী:
{{Infobox book
| name = ফেৰেংগাদাও <br />Ferengadao
| image =[[চিত্ৰ:'ফেৰেংগাদাও'ৰ বেটুপাত.jpg|thumb|200px]]
| image_caption = <center>''ফেৰেংগাদাও''ৰ বেটুপাত</center>
| author = [[মেদিনী চৌধুৰী]]
| country = [[অসম]], [[ভাৰত]]
8 নং শাৰী:
| genre = জীৱনভিত্তিক উপন্যাস
| publisher =
| pub_date =
| media_type = মুদ্ৰণ
| pages =
| isbn = }}
'''ফেৰেংগাদাও''' ({{lang-en|Ferengadao}}) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক [[মেদিনী চৌধুৰী]]ৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু [[বিষ্ণুপ্ৰসাদ ৰাভা]]ৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে৷ হৈছে।<ref name="ফেৰেং">{{cite book | title=অসম ইয়াৰ বুক ২০২১ | publisher=জ্যোতি প্ৰকাশন | author=বৰুৱা, শান্তনু কৌশিক | authorlink=শান্তনু কৌশিক বৰুৱা | year=২০২০ | pages=৬০৭ | isbn=৯৭৮-৯৩-৮১৪৮৫-৮২-৮}}</ref>
 
==গ্ৰন্থকাৰৰ চমু পৰিচয়==
{{Main|মেদিনী চৌধুৰী}}
মেদিনী চৌধুৰী (ইংৰাজী: Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জন প্ৰব্ৰজন[[জনপ্ৰব্ৰজন]], সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ। ''[[বিপন্ন সময়]]'' শীৰ্ষক উপন্যাসৰ বাবে তেখেতে ১৯৯৯ চনত [[সাহিত্য অকাডেমি বঁটা]] লাভ কৰিবলৈ সক্ষম হয়৷হয়।
 
==উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ==
সংগ্ৰামী মানুহৰ আন্দোলনে এদিন জয়লাভ কৰিব বুলি বিশ্বাস কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তা আৰু দৰ্শনে এই উপন্যাসখনৰ অধিকাংশ পৃষ্ঠা আগুৰি আছে৷আছে। সংগ্ৰামী বিষ্ণু ৰাভা এদিন আৰক্ষীৰ হাতত ধৰা পৰিল৷পৰিল। পৰৱৰ্তী সময়ত তেওঁ কাৰাবাসৰ পৰা ওলাই আহি আদৰ্শৰ মিল থকা বিপ্লৱী দলত যোগদান কৰিলে৷কৰিলে। [[কৰ্কট ৰোগতৰোগ]]ত আক্ৰান্ত হৈ এদিন বিষ্ণু ৰাভাৰ দেহাৱসান ঘটিল৷ঘটিল। বিষ্ণু ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ সকলো দিশেই উপন্যাসখনত বৰ্ণিত হৈছে৷ হৈছে।<ref name="ফেৰেং" />
 
==তথ্যসূত্ৰ==