ৰা (সূৰ্যদেৱতা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
==চিত্ৰায়ন==
[[File:Ra-Khepri (solar disc and scarab beetle).svg|thumb|right|80px|সৌৰ চক্ৰৰ সৈতে পতংগৰ ৰূপত ৰা। ]]
 
সূৰ্যদেৱতা ৰাক বিভিন্ন ৰূপত চিত্ৰায়িত কৰা হৈছিল। সচৰাচৰ দেখা ৰূপটো আছিল এজন মানুহ যাৰ শিৰ আছিল শেন চৰাইৰ আৰু ইয়াৰ ওপৰত আছিল। সৌৰচক্ৰ। এই সৌৰচক্ৰৰ চাৰিওফালে কুণ্ডলীবদ্ধ সৰ্পই অৱস্থান কৰিছিল।<ref name="Hart Ra"/> তেওঁৰ অন্যান্য সাধাৰণ ৰূপবোৰ হৈছে এক পতংগৰ শিৰযুক্ত বা ৰাম ছাগলীৰ শিৰযুক্ত মানুহ। ইয়াৰোপৰি ৰাক এটা সম্পূৰ্ণ দেহৰ ৰামছাগলী, পতংগ, ফিনিক্স, বগলী, সৰ্প, ষাঁড়, মেকুৰী বা সিংহ হিচাপেও চিত্ৰিত কৰা হৈছিল। <ref>The Complete Gods and Goddesses of Ancient Egypt, Wilkinson {{ISBN|0-500-05120-8}}</ref>
 
পাতালপুৰীত তেওঁক সচৰাচৰ ৰাম ছাগলীৰ শিৰৰ সৈতে চিত্ৰায়িত কৰা হৈছিল। এই ৰূপত ৰাক "পশ্চিমৰ ৰাম" বা "হাৰেমৰ দায়িত্বত থকা ৰাম" বুলি বৰ্ণনা কৰা হৈছে।<ref name="Hart Ra"/>
 
কিছুমান সাহিত্যত ৰাক সোণালী মাংস, ৰূপালী হাড় আৰু নীলকান্তমণিৰ চুলি থকা এজন বৃদ্ধ ৰজা হিচাপে বৰ্ণনা কৰা হৈছে।<ref name="Hart Ra"/>
 
==তথ্য সংগ্ৰহ==