সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
32 নং শাৰী:
১৩. চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)
 
১৪. এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকালসৰ্বতিকাল (কলাপাত)
 
১৫. হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)
58 নং শাৰী:
২৬. কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)
 
২৭. জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশসৰ্বনাশ? (নিমখ)
 
২৮. পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ)
78 নং শাৰী:
৩৬. ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)
 
৩৭. কৈ মৰিল কোন নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বার্তাবাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰবৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধনদুৰ্যোধন (ৰাজ্য পাণ্ডৱক))
 
৩৮. উপি উপি বাটত আছে চুপি (জোক)
114 নং শাৰী:
৫৩. এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা । (নাও)
 
৫৪. এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ স্হান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্রাণপ্ৰাণ । (জুইশলা)
 
৫৫. কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম । (পকী বাট)
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে